বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ-এৰ খেলখন ১-১ গ’লত ড্র হয়। ইয়াৰ ফলত দুয়োটা দল নকআউট পর্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ হৈ আছে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বছনিয়া হার্জেগোভিনাক ৪-১ গ’লত পৰাস্ত কৰে।
Assamese | June 19, 2026 12:27 PM | World Cup Football
বিশ্বকাপ ফুটবলত চেকিয়া-দক্ষিণ আফ্ৰিকাৰ খেল ড্র, বছনিয়া হার্জেগোভিনাৰ বিৰুদ্ধে ছুইজাৰলেণ্ডৰ জয়