খেল

June 15, 2026 12:00 PM

views 47

আই চি চি মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক ৬৪ ৰানত পৰাস্ত ভাৰতৰ

♦ আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে যোৱা নিশা বার্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰে। পাকিস্তানে ১৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰিবলৈ সমর্থ হয়। দিপ্তী শর্মাই ৫টা উইকেট দখল কৰে। ইয়াৰ প...

June 15, 2026 11:59 AM

views 40

বিশ্বকাপ ফুটবলৰ চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে

বিশ্বকাপ ফুটবলৰ কালি চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন ২-২ গ’লত ড্র’ হয়। প্রতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খ...

June 14, 2026 8:29 PM

views 36

আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নির্ণয়কাৰী প্রতিযোগিতাৰ ৰিকাৰ্ভমিক্সড শাখাত ভাৰতৰ ধীৰাজ বোম্মাদেৱাড়া আৰু কুমকুম মহ’ডে সোণৰ পদক লাভ

তুর্কীৰ এণ্টালিয়াত চলি থকা আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নির্ণয়কাৰী প্রতিযোগিতাৰ ৰিকাৰ্ভমিক্সড শাখাত আজি ভাৰতৰ ধীৰাজ বোম্মাদেৱাড়া আৰু কুমকুম মহ'ডে সোণৰ পদক লাভ কৰে। প্রতিযোগিতাৰ চূড়ান্ত খেলত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ অহ ইয়ে জিন আৰু কিম জে ডেকক ৫-১ ব্যৱধানত পৰাস্ত কৰে। মিক্সড টীম শাখাত এয়া হৈছে...

June 14, 2026 12:05 PM

views 38

আইচিচি মহিলা টি-২০ ক্রিকেট বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ন হ’ব

আইচিচি মহিলা টি-২০ ক্রিকেট বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বার্মিংহামৰ এজবেষ্টনত হবলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া ১৬খন খেলৰ ভিতৰ...

June 14, 2026 12:03 PM

views 43

অসম কন্যা ঈষাৰাণী বৰুৱাৰ এচিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ

অসমৰ ঈষাৰাণী বৰুৱাই এচিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভকৰিবলৈ সমৰ্থ হৈছে। প্রতিভাবান খেলুৱৈগৰাকীয়ে ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত হ'বলগীয়া প্রতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু সাত্বিকসাইৰাজ ৰনকীৰেড্ডী আ...

June 14, 2026 11:12 AM

views 53

ফিফা বিশ্বকাপ ২০২৬ৰ কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত খেল ড্র

ফিফা বিশ্বকাপ ২০২৬ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্রেন্সিচকো বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেল ড্র' হয়। ছুইজাৰলেণ্ডে এটা গ'লত আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগমুহূৰ্তত কাটাৰে এটা গ'ল দি সমতা স্থাপন কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা চাৰে ৩ বজাত ব্রাজিল আৰু মৰক্কোৰ ম...

June 13, 2026 8:19 PM

views 43

অস্ট্রেলিয়ান বেডমিণ্টন অপেন প্রতিযোগিতা ২০২৬ত আকানে য়ামাগুচি ফাইনেলত প্ৰৱেশ

অস্ট্রেলিয়ান বেডমিণ্টন অপেন প্রতিযোগিতা ২০২৬ত ভাৰতৰ প্ৰতিদ্বন্দিতাৰ অন্ত পৰিল। মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত দুবাৰৰ অলিম্পিক বিজয়ী সিন্ধু, প্রতিযোগিতাৰ শীৰ্ষ স্থানীয় আৰু বিশ্বৰ তৃতীয় স্থানৰ খেলুৱৈ জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে পোনপটীয়া গেমত পৰাজিত হয়। প্রতিযোগিতাৰ তৃতীয় বাচনিৰ সিন্ধুৱে প্ৰ...

June 13, 2026 6:52 PM

views 46

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১২ বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতিনিশা চাৰে ৩ হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্রাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা চাৰে ৬ বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

June 13, 2026 1:37 PM

views 63

ফিফা বিশ্বকাপত ব’ছনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে হোৱা কানাডাৰ খেলখন ১-১ গ’লত ড্র’

ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত ব'ছনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে গ্রুপ বিৰ এখন খেল ১-১ গ'লত ড্র' হোৱাত সহ-আয়োজক দেশ কানাডাই প্রথমটো পইন্ট অর্জন কৰে। ব'ছনিয়াই খেলখনৰ ২১ মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই ৭৮ মিনিটত প্রথমটো গ'ল দিয়ে। প্রতিযোগিতাত আজি পুৱা গ্রুপ-ডিৰ এখন খেলত আমেৰিকা যুক্তৰ...

June 12, 2026 8:17 PM

views 47

অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ

ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু য়ুক ২১- ৬, ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ জাপানৰ আকানে ইয়ামাগুচিৰ মুখামুখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।