June 13, 2026 6:52 PM | 2026 FIFA WORLDCUP

printer

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১২ বজাত হ’বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। পুৱতিনিশা চাৰে ৩ হ’বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্রাজিল মৰক্কোৰ সন্মুখীন হ’ব। কাইলৈ পুৱা চাৰে ৬ বজাত হ’বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।