অসম কন্যা ঈষাৰাণী বৰুৱাৰ এচিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ

অসমৰ ঈষাৰাণী বৰুৱাই এচিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভকৰিবলৈ সমৰ্থ হৈছে। প্রতিভাবান খেলুৱৈগৰাকীয়ে ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত হ’বলগীয়া প্রতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে।

দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু সাত্বিকসাইৰাজ ৰনকীৰেড্ডী আৰু ছিৰাগ চেট্টীৰ যুটীটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।