ফিফা বিশ্বকাপত ব’ছনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে হোৱা কানাডাৰ খেলখন ১-১ গ’লত ড্র’

ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত ব’ছনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে গ্রুপ বিৰ এখন খেল ১-১ গ’লত ড্র’ হোৱাত সহ-আয়োজক দেশ কানাডাই প্রথমটো পইন্ট অর্জন কৰে। ব’ছনিয়াই খেলখনৰ ২১ মিনিটত প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে কানাডাই ৭৮ মিনিটত প্রথমটো গ’ল দিয়ে। প্রতিযোগিতাত আজি পুৱা গ্রুপ-ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ পেৰাগুৱেৰ বিৰুদ্ধে অবতীর্ণ হৈছে।