খেল

June 9, 2026 12:15 PM

views 47

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক ভাৰতৰ ২৬ ৰানত পৰাস্ত

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক ২৬ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালিয়ে ৪০ টা বলত ৫৬ ৰান কৰি আউট ন...

June 8, 2026 6:55 PM

views 48

নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক ১ ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত

ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক এক ইনিংছ আৰু ৩০০ ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত ৩৫ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১২ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে ১৫২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইন...

June 8, 2026 12:40 PM

views 44

প্ৰথমবাৰৰ বাবে আলেকজেণ্ডাৰ জেবেৰেভৰ গ্রেণ্ড শ্লেমৰ খিতাপ দখল

জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্রেও শ্লেমৰ খিতাপ দখল কৰে। ৰোলেণ্ড গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেবিঅ' ক’ব’লিক ৫ ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বিশ্বৰ তৃতীয় নম্বৰ খেলুৱৈ আলেকজেণ্ডাৰে ফিলিপ চেত্ৰিয়েৰ কোৰ্টত অনুষ্ঠিত ৪ ঘণ্টা ২০ মিনিটৰ খেলখনত তেওঁৰ প্ৰতিদ...

June 8, 2026 12:11 PM

views 46

ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা ১১৩ ৰানৰ পৰা আজিৰ খেল আৰম্ভ

ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডিগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্রথম দিনাৰ অন্তত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১১৩ ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ ৪৫১ ৰানত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰ...

June 7, 2026 7:54 PM

views 43

২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখলৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাডগাঁৱত অনুষ্ঠিত এই প্রতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক ৩-১ গ'...

June 7, 2026 12:34 PM

views 37

১৮ বছৰ অনূর্ধ এছিয়া কাপ হকী প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ী ভাৰতৰ পুৰুষ দলক ৰাষ্ট্ৰপতিৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ১৮ বছৰ অনূর্ধ এছিয়া কাপ হকী প্রতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি...

June 6, 2026 8:22 PM

views 31

নৰৱে ডবা ২০২৬ ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক প্রধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে ডবা ২০২৬ ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই উল্লেখনীয় সাফল্যৰ প্ৰশংসা কৰিছে। শ্রীমোদীয়ে লগতে খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহলৈও শুভেচ্ছা জনাইছে।

June 6, 2026 8:06 PM

views 49

১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ দলটোৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে ১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কাকামিগাহাৰাত আজি অনুষ্ঠিত ফাইনেল খেলত আয়োজক দেশ জাপানক ৪-১ গলত পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। ভাৰতৰ হৈ আশীষ পুর্তিয়ে হেট্ৰিক কৰে। অধিনায়ক কেটন কুছৱাহাই এটা গল কৰে। জাপানৰ গাকু নুমান্দা...

June 6, 2026 7:58 PM

views 41

ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত প্ৰথম দিনাৰ খেলৰ অন্তত ভাৰতৰ ৩৬৮ ৰান সংগ্ৰহ

চণ্ডিগড়ৰ মোল্লানপুৰৰ মহাৰাজা যাদৱীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত তিনিটা উইকেট হেৰুৱাই ৩৬৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীলে ১০৩ ৰান আৰু ঋষভ পণ্টে ৫০ ৰান সংগ্ৰহ কৰি খেলি আছে। কে এল ৰাহুলে ১০০ ৰান, সাই সূদৰ্শন...

June 6, 2026 6:07 PM

views 37

বৰপেটা জিলা ক্রীড়া বিভাগৰ উদ্যোগত বিনামূলীয়া ফুটবল প্রশিক্ষণ শিবিৰ আৰম্ভ

বৰপেটা জিলা ক্রীড়া বিভাগৰ উদ্যোগত জিলাখনত তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ৰামৰায় ষ্টেডিয়ামত এটা বিনামূলীয়া ফুটবল প্রশিক্ষণ শিবিৰ আজি আৰম্ভ হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত গীতালি দুৱৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিৱিৰটো মুকলি কৰে। উদ্বোধনী অন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।