খেল

June 6, 2026 3:41 PM

views 49

মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাত ভাৰত বাংলাদেশৰ মুখামুখি হ’ব

• মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে ভূটানক ছেমি ফাইনেলত ১-০ গ’লত পৰাজিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।

June 6, 2026 3:48 PM

views 41

ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ৪৪ অ’ভাৰত দুটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰিছে

• চণ্ডিগড়ৰ মোল্লানপুৰৰ মহাৰাজা যাদৱীন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৪ অ’ভাৰত দুটা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰিছে। যশস্বী জয়ছোৱালে ৩২টা বলত ২৪ ৰান আৰু ছাই সূদৰ্শনে ১০...

June 5, 2026 9:15 PM

views 48

চলিত বৰ্ষৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে চলিত বৰ্ষৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। জাপানৰ কাকামিগাহাৰাত অনুষ্ঠিত ছেমিফাইনেলত পাকিস্তানক ৫-৩ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ফাইনেল খেলত ভাৰত জাপানৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত তৃতীয় স্থানৰ বাবে পাকিস্তান আৰু মালয়েছিয়াৰ ...

June 5, 2026 12:34 PM

views 42

অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰাংগনত অহা ৭ জুনৰ পুৱা ছানডেজ অন চাইকেল কাৰ্যসূচী

গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰাংগনত অহা ৭ জুনৰ পুৱা ৬ বজাৰ পৰা ছানডেজ অন চাইকেল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বাইচাইকেল দিৱস, ২০২৬-ৰ ৭৭ সংখ্যক সংস্কৰণৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জনসাধাৰণক এটা সুস্থ আৰু সক্ৰিয় জীৱনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ ফিট ইণ...

June 5, 2026 12:16 PM

views 36

এচিয়া কাপ হকী টুর্নামেণ্টৰ চেমিফাইনেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি

ল'ৰাৰ ১৮ বছৰ অনুৰ্ধ এচিয়া কাপ হকী টুর্নামেণ্টৰ চেমিফাইনেলত আজি ভাৰত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ'ব। খেলখন জাপানৰ কাকামিগহৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ ১৮ বছৰ অনুৰ্ধ এচিয়া কাপৰ চেমি ফাইনেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

June 4, 2026 7:45 PM

views 32

গোৱালপাৰাত বন বিভাগৰ সংমণ্ডলৰ উৰপদ বিল ফুটবল প্রতিযোগিতা

গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰপদ বিলৰ সংৰক্ষণ আৰু সৌন্দর্য বর্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাওঁসমূহক সামৰি উৰপদ বিল ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰিছে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতাত আজি দুখনকৈ চেমিফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল ...

January 24, 2026 9:20 PM

views 255

কাইলৈ গুৱাহাটীত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাটোৰ দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ ক...

January 24, 2026 8:25 PM

views 237

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰে'লৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু ওড়িশাৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ' হয়। ঢকুৱাখনাত অনুষ্ঠিত পাঞ...

January 24, 2026 12:21 PM

views 248

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ ৭ উইকেটত জয়লাভ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ৰ অগ্রগতি লাভ কৰিছে। ২০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাবতে ১৫ অভাৰ আৰু দুটা বলতে ৩টা উইকেট হ...

January 23, 2026 7:00 PM

views 128

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি তৃতীয় দিনা কেইবাখনো খেল অনুষ্ঠিত

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি তৃতীয় দিনা কেইবাখনো খেল অনুষ্ঠিত হয়। ঢকুৱাখনাৰ বিষ্ণুৰাম মেধি খেলপথাৰত অনুষ্ঠিত অসম আৰু নাগালেণ্ডৰ মাজৰ খেলখন ৩-৩ গ'লত ড্র' হয়। গ্রুপ-এৰ খেলখনত অসম দলে প্রথম অৱস্থাত নাগালেণ্ডক চাপত ৰাখে যদিও পাছত নাগালেণ্ডে সুন্দৰ প্ৰদৰ্শনেৰে সমতা স্থাপন কৰিবলৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।