খেল

October 6, 2025 1:02 PM

views 62

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। ১৭ বছৰৰ পাছত দেশত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিন্স, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্রান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমার্ককে ধৰি ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অ...

October 6, 2025 1:00 PM

views 51

মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত পাকিস্তানক ৮৮ ৰানত পৰাস্ত ভাৰতৰ

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক ৮৮ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৩৩ অভাৰতে আটাইকেইটা হেৰুৱাই কেৱল ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰ...

October 5, 2025 8:52 PM

views 48

আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ শ্রীয়ান্সী বলিচেটিয়ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্রীয়ান্সী বলিচেটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রতিদ্বন্দ্বী তাছনিমক ১৫-২১, ২২-২০ আৰু ২২-২০ গেমত পৰাস্ত কৰে। পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতীয় যুটী হৰিহৰণ আমছা কৰুণন আৰু অর্জুন মাদাখিল ৰামা...

October 5, 2025 7:59 PM

views 56

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ আমিনগাঁৱত হ'বলগীয়া এই প্রতিযোগিতাত ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ ল'ব। প্রতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিণ্টন কোর্ট সাজু কৰি তোলা হৈছে বুলি আয়োজক সমিতিয়ে প্রকাশ কৰিছে। অহা ১৯ অক্তোবৰত এই প্রতিযোগি...

October 5, 2025 11:34 AM

views 44

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশিপ ২০২৫ত ভাৰতৰ তিনিটা পদক অর্জন

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশিপ ২০২৫ত ভাৰতে কালি তিনিটা পদক অর্জন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত খেলখনত ভাৰতে এতিয়া লৈকে ৬টা সোণ, সাতটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকৰে মুঠ ১৮টা পদক লাভ কৰিছে। কালি মহিলা ক্লাব থ্র' এফ ৫১ ত একতা ভ্যানে আৰু পুৰুষৰ শ্বুট পুট এফ ৫৭ ত সোমন ৰাণাই ৰূপৰ পদক লাভ কৰে। পুৰুষৰ হাই জাম...

October 5, 2025 11:31 AM

views 73

আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৩ বজাত আৰম্ভ হব। ডি এল এছ পদ্ধতিৰে শ্রীলংকাক ৫৯ ৰানত পৰাস্ত কৰি ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন খেলত জয়লাভ কৰিছিল। ভাৰত...

October 4, 2025 8:36 PM

views 67

ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজ এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত

ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম টেষ্টত ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত কৰে। আলহী দলটোক প্রথম ইনিংছত ১৬২ ৰানতে অলআউট কৰাৰ পাছত ভাৰতে কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ধ্ৰুৱ জুৰেলৰ শতকৰ সহায়ত পাঁচ উইকেটৰ বিনিময়ত ৪৪৮ ৰান ক...

October 4, 2025 8:34 PM

views 37

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া ৩খন এদিনীয়া আৰু ৫খন টি-২০ খেলৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখন এদিনীয়া আৰু পাঁচখনীয়া টি-২০ খেলৰ বাবে বি চি চি আয়ে ১৫জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। ১৯ অক্টোবৰৰ পৰা ভাৰতে শুভমন গীলৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেল খেলিব। একেদৰে সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ২৯ অক্টোবৰৰ পৰা পাঁচখন টি২০ খেলত অৱতীৰ্ণ হ'ব।...

October 4, 2025 12:58 PM

views 90

চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি

চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ প্রতিযোগিতাৰ আন এখন খেলত ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। উল্লেখযোগ্য যে, ভাৰতে ইতিমধ্যে প্রথমখন খেলত ডি এল এছ পদ্ধতিৰে ৫৯ ৰানত বিজয়ী হ...

October 4, 2025 12:43 PM

views 44

আহমেদাবাদ টেষ্টত শক্তিশালী স্থিতিত ভাৰত

আহমেবাদত চলিত প্রথমখন টেষ্ট মেছত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে আজি প্রথম ইনিংছত পাঁচটা উইকেটৰ বিনিময়ত কালিলৈকে সংগ্ৰহ কৰা ৪৪৮ ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব। বর্তমান ক্রিজত বাশ্বিংটন সুন্দৰ ৯ ৰান আৰু ৰবীন্দ্ৰ জাদেজাই ১০৪ ৰান কৰি অপৰাজিত হৈ আছে। ভাৰতৰ হৈ কে এল ৰাহুলে ১০০ আৰু ধ্ৰুৱ জুৰেলে ১২৫ ৰান ...