খেল

October 4, 2025 12:41 PM

views 31

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ত মীৰাবাঈ চানুৰ ৰূপৰ পদক অর্জন

ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে নৰৱেত চলি থকা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ত ৰূপৰ পদক অর্জন কৰিছে। ৪৮ কিলোগ্রাম ওজন শাখাত অংশগ্ৰহণ কৰা চানুৱে মুঠ ১৯৯ কিলোগ্রাম ভাৰউত্তোলন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। উত্তৰ কোৰিয়াৰ ৰী চং গামে এই শাখাত তিনিটা সোণৰ পদক অর্জন কৰি প্রতিযোগিতাখনত আধিপত্য ব...

October 3, 2025 12:59 PM

views 151

আহমেদাবাদ টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতৰ ১২১ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ

ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি দ্বিতীয় দিনা দুটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ১২১ ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব| কালি খেলৰ সামৰণিৰ পৰত কে. এল. ৰাহুলে ৫৩ আৰু শুভমন গিলে ১৮ ৰাণ কৰি খেলি আছিল। যশস্বী জয়ছ...

October 2, 2025 8:47 PM

views 63

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত ২ উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ

■ আহমেবাদত অনুষ্ঠিত প্রথমখন টেষ্ট মেছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত দুটা উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ কৰে। কে এল ৰাহুলে ৫৩ আৰু শুভমন গীলে ১৮ ৰাণ কৰি অপৰাজিত হৈ আছে। ইয়াৰ আগেয়ে টছত জিকি ৱেষ্ট ইণ্ডিজে প্রথমে বেটিং কৰি নিজৰ প্ৰথম ইনিংছত ১৬২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ চিৰ...

October 2, 2025 1:01 PM

views 66

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ প্রতিযোগিতাত অস্ট্রেলিয়াৰ হাতত নিউজিলেণ্ড পৰাস্ত

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হোলকাৰ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডিফেণ্ডিং চেম্পিয়ন অস্ট্রেলিয়াই নিউজিলেণ্ডক ৮৯ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই ৪৭ অভাৰ ৩ টা বলত ৩২৬ ৰাণ সংগ্ৰহ কৰে। এছলেই গার্ডনাৰে সৰ্বাধিক ১১৫ ৰান সংগ্ৰহ ...

October 1, 2025 9:31 PM

views 61

মহিলা বিশ্বকাপত ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক জয়ৰ বাবে ৩২৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৪৯ অভাৰ ৩টা আটাইকেইটা উইকেট হেৰুৱা...

September 30, 2025 7:37 PM

views 49

গুৱাহাটীৰ বৰ্ষাপাৰাত আই চি চি মহিলা বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ উদ্বোধন, ভাৰত-শ্ৰীলংকাৰ মুখামুখি

আই চি চি মহিলা বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ উদ্বোধনী খেলখন আজি গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হৈছে। বিয়লি ৩ বজাত আৰম্ভ হোৱা খেলখন বৰষুণৰ বাবে দুবাৰকৈ খেলখন বিঘ্নিত হোৱাৰ বাবে ৪৮ অভাৰলৈ সীমিত কৰা হ...

September 30, 2025 6:19 PM

views 37

২০২৫ বৰ্ষৰ ক্ৰীড়া বঁটাৰ বাবে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আবেদন আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০২৫ বৰ্ষৰ ক্ৰীড়া বঁটাৰ বাবে আবেদনৰ আহ্বান জনাইছে। মন্ত্ৰালয়ৰ চৰকাৰী ৱেবছাইটত এই বঁটাৰ বাবে জাননী আপলোড কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোগ্য খেলুৱৈ আৰু প্ৰশিক্ষকসকলে ২৮ অক্টোবৰৰ ভিতৰত www.dbtyas-sports.gov.in পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব ...

September 30, 2025 12:08 PM

views 37

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আই চি চি মহিলা বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী খেল

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ খিতাপ লাভৰ ...

September 29, 2025 8:13 PM

views 54

আই এছ এছ এফ জুনিয়ৰ মহিলা বিশ্বকাপত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতৰ শ্রেষ্ঠত্ব অৰ্জন

দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ মহিলা বিশ্বকাপত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতে শ্রেষ্ঠত্ব অৰ্জন কৰে। ওজাছভি ঠাকুৰে ২৫২.৭ পইণ্টেৰে স্বৰ্ণ পদক দখল কৰে আৰু হৃদ্যাশ্রী কান্দুৰে ২৫০.২ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে। এছ ক্ষীসাগৰে ২২৯.৪ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

September 29, 2025 7:30 PM

views 92

গুৱাহাটীৰ বর্ষাপাৰাত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল

গুৱাহাটীৰ বর্ষাপাৰাত থকা অসম ক্রিকেট এচ'ছিয়েছনৰ স্টেডিয়ামত কাইলৈ আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্রীলংকাৰ মুখামুখি হ'ব। ভাৰত আৰু শ্রীলংকাৰ দুয়োটা দল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। উদ্বোধনী অনুষ্ঠানৰ ৪০ মিনিট সময় জুবিন গাৰ্গৰ স...