খেল

September 29, 2025 10:52 AM

views 53

ভাৰতৰ নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয়

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে তিলক বার্মাৰ আকর্ষণীয় বেটিঙৰ সহায়ত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। ভাৰতে ১৪৭ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ ৪টা বলত ৫ উইকেটৰ বিনিময়ত ১৫০ ৰান...

September 27, 2025 8:19 PM

views 37

দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত দুটা সোণসহ ভাৰতৰ সাতটা পদক অৰ্জন

দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত আজি অন্তিম দিনা ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতে দুটা সোণৰ পদক অৰ্জনেৰে প্ৰতিযোগিতাত মুঠ সাতটা পদক লাভ কৰিছে। ব্যক্তিগত কম্পাউণ্ড শাখাত দুয়োখন হাত নথকা ভাৰতৰ ১৮ বছৰীয়া সীতল দেৱীয়ে সোণৰ পদক অর্জনেৰে ইতিহাস ৰছে। তেওঁ তুৰস্কৰ বিশ্বৰ এক নম্বৰ...

September 27, 2025 8:17 PM

views 44

নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলৰ সোণৰ পদক

নতুন দিল্লীৰ ড০ কনি সিং ৰেঞ্জত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপ প্রতিযোগিতাত আজি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ভাৰতৰ ৰশ্মিকা ছেহগাল আৰু কপিলে সোণৰ পদক অৰ্জন কৰে। তেওঁলোকে প্রতিযোগিতাৰ ফাইলেনত বংশীকা চৌধাৰী আৰু এণ্টনি জনাথন গেভিনক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে। এই শাখাত স্পেইনৰ যুটিটোৱে ব্ৰঞ...

September 27, 2025 7:07 PM

views 62

নতুন দিল্লীত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত

নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত আজিৰে পৰা দ্বাদশ বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। এই ৯ দিনীয়া প্রতিযোগিতাখনত বিভিন্ন শাখাত বিজয়ীসকলক মুঠ ১৮৬ টা পদক প্ৰদান কৰা হ'ব। ইয়াৰে পুৰুষৰ বাবে ১০১টা, মহিলাৰ বাবে ৮৪টা আৰু মিক্সড শাখাৰ বাবে এটা পদক থাকিব। প্ৰতিযোগিতাখনৰ ৫ অক্টোবৰত সামৰণি পৰ...

September 27, 2025 7:05 PM

views 40

এছিয়া কাপৰ ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত কাইলৈ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক নাটকীয়ভাৱে ছুপাৰ অভাৰত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতা...

September 26, 2025 1:08 PM

views 56

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ১১ ৰানত হৰুৱাই পাকিস্তান ফাইনেলত প্ৰৱেশ

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত এ...

September 26, 2025 12:05 PM

views 55

এছিয়া কাপ টি-২০ ক্রিকেটত বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত পাকিস্তানৰ

■ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত ...

September 25, 2025 10:15 PM

views 52

এছিয়া কাপ টি-২০ ক্রিকেটৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ'ব। প্রতিযোগিতাত আজি নিশা ৮ বজাত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাকিস্তানৰ মুখামুখি হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে যোৱা নিশা ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ দ্বিত...

September 24, 2025 1:05 PM

views 50

এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ আজিৰ খেলত ভাৰত বাংলাদেশৰ মুখামুখি

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত ডুবাই ক্রিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে, প্রতিযোগিতাত যোৱানিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্রীলং...

September 23, 2025 11:21 AM

views 57

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ’ৰ পৰ্যায়ত আজি পাকিস্তান-শ্ৰীলংকাৰ খেল

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ’বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশে ইতিমধ্যে ২ পইণ্টতকৈ লাভ কৰিছে যদিও পাকিস্তান আৰু শ্ৰীলংকাই এতিয়াও ছুপাৰ-ফ’ৰত কো...