খেল

September 16, 2025 8:01 PM

views 65

৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ

বায়ুসেনাই আয়োজন কৰা ৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ এই অন্তিমলানি প্ৰতিযোগিতাত আজি অসমৰ গোলাঘাটৰ নুমলীগড় হাইস্কুলে গ্ৰুপৰ প্ৰথমখন খেলত আর্মী বয়জ স্কুলৰ সৈতে ২-২ গ’লত ড্র’ খেলি পইণ্ট ভগাই...

September 16, 2025 6:33 PM

views 40

এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ অভিনন্দন

এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৈশালী ৰমেশ বাবুৰ ধৈৰ্য্য আৰু নিষ্ঠা সকলোৰে বাবে অনুকৰণীয়। শ্ৰ...

September 16, 2025 6:29 PM

views 60

এছিয়া কাপ ক্রিকেটত নিশা ৮ বজাত বাংলাদেশ আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা ৮ বজাত আবু ধাবিত হ'বলগীয়া এখন খেলত বাংলাদেশ, আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে...

September 16, 2025 1:02 PM

views 43

এছিয়া কাপৰ গ্ৰুপ-বিৰ এখন খেলত শ্রীলংকাৰ হাতত হংকঙ ৪ উইকেটত পৰাস্ত

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এছিয়া কাপৰ গ্ৰুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীল...

September 15, 2025 12:54 PM

views 37

হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক জয়

হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰিছে। আয়োজক চীনৰ বিৰুদ্ধে কালি ফাইনেলত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হ'লেও ভাৰতীয় দলটোৰ ৰূপৰ পদক অৰ্জনৰ এই যাত্ৰাই খেলুৱৈসকলৰ সংকল্প, সহযোগিতা আৰু প্ৰচেষ্টাকে প্ৰতিফলিত কৰিলে। ভাৰতে খেলখনৰ আৰম্ভণিতে নৱনীত ক’ৰৰ পেন...

September 15, 2025 12:02 PM

views 42

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত পাকিস্তানক ৭ উইকেটত পৰাস্ত ভাৰতৰ

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ ৫টা বলত তিনিটা উইকেট হেৰুৱাই ১৩১ ৰান কৰে। অপেনাৰ অভিষেক শৰ্মাই ১৩টা বলত ৩১ ৰান কৰাৰ লগতে অধিনায়ক সূৰ্যকু...

September 14, 2025 8:54 PM

views 50

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন পৰাস্ত

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত আজি ভাৰতৰ লক্ষ্য সেন - চীনৰ লি চি ফেঙৰ হাতত পৰাস্ত হয়। ফেঙে ভাৰতীয় খেলুৱৈগৰাকী খেলৰ ৪৫ মিনিটতে ২১-১৫ আৰু ২১-১২ৰ পোনপটীয়া ছেটত পৰাস্ত হৈ ছেম্পিয়নৰ খিতাপ দখল কৰে। ইয়াৰ লগে লগে চীন কোনো এখন প্ৰতিযোগিতাৰ আটাইকেইটা ইভেণ্টতে ছেম্পিয়ন হোৱা প্ৰথমখন দেশ হ...

September 14, 2025 12:28 PM

views 61

মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত চীনৰ মুখামুখি

চীনৰ হাংজৌত হ'বলগীয়া মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত আজি চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া চাৰে পাঁচ বজাত অনুষ্ঠিত হ'ব। কালি চুপাৰ ফ'ৰ পৰ্য্যায়ত ভাৰত আৰু জাপানৰ মাজৰ খেলখন ড্র' হয়। ভাৰতৰ বিউটি ডুং ডুঙে ভাৰতৰ হৈ স্ক'ৰ সংগ্ৰহ কৰিলেও, চতুথাৰ্ধত জাপ...

September 13, 2025 8:52 PM

views 44

হংকং অ’পেন ছুপাৰ ফাইভ হাণ্ড্ৰেড বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন ফাইনেলত প্ৰৱেশ

হংকং অ'পেন ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্যসেন পুৰুষৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেমিফাইনেলত তেওঁ টাইৱানৰ চৌ তিয়ানছেনক ২৩-২১, ২৩-২০ গেমত পৰাস্ত কৰে ৷ ফাইনেলত লক্ষ্যই চীনৰ লী ছেইফেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সৰ ক্ৰিষ্টো পপ'ভক ২১-২১, ১৮-১৯ গেমত পৰাস্ত কৰি লী ছেইফেং ফাই...

September 13, 2025 12:00 PM

views 61

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত দেওবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হ’ব

● এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ এখন খেলত পাকিস্তানে অমানক ৯৩ ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৬০ ৰানৰ প্ৰত্যুত্তৰত অমানে ১৬ অ’ভাৰ আৰু চাৰিটা বলত আটাইকেইটা ...