খেল

December 22, 2025 7:44 PM

views 90

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখ...

December 22, 2025 12:08 PM

views 66

মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ

বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ'ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান ক...

December 21, 2025 11:47 AM

views 68

বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ

চীনৰ হাংজোত অনুষ্ঠিত বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁলোকে চীনা যুটী লিয়ান উই কেং আৰু ৱাং চাঙক চেমিফাইনেলত ১০-২১, ২১-১৭, ২১-১৩ গেমত পৰাজিত কৰে। এই প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰে দ্বিতীয়বাৰৰ বাবে পদক লাভ কৰিছে। ...

December 20, 2025 7:04 PM

views 240

আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। সূর্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰিৰীক অসুস্থতা আৰু ফর্ম নথকাৰ বাবে শুভমন গীলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰাও বাদ দিয়া হৈছে। অক্ষৰ ...

December 20, 2025 12:23 PM

views 80

বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলছত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টিৰ ছেমি ফাইনেলত প্ৰবেশ

চীনৰ হাংঝৌত অনুষ্ঠিত বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফাইনেলছৰ ছেমি ফাইনেলৰ পুৰুষৰ ডাবলছত আজি ভাৰতৰ স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টিৰ যুটীয়ে চীনৰ লিয়াং ৱেই কেং আৰু বেং চাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্রুপ-বিৰ শীৰ্ষস্থানত থকা স্বাত্বিক আৰু চিৰাগ হৈছে এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভা...

December 20, 2025 12:18 PM

views 57

টি-২০ ক্রিকেটত দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰি ভাৰতৰ শৃংখলা দখল

আহমেদাবাদত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে। তিলক বার্মাই সৰ্বাধিক ৭৩ আৰু হার্ডিক পাণ্ডিয়াই ৬৩ ৰান কৰে। হাৰ্ডিকে মা...

December 19, 2025 6:51 PM

views 77

গুৱাহাটীত অহা ২১ ডিচেম্বৰৰ পৰা অস্মিতা পূব মণ্ডল হকী প্রতিযোগিতা

গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়াবুল্লা হকী ষ্টেডিয়ামত অহা ২১ ডিচেম্বৰৰ পৰা অস্মিতা পূব মণ্ডল হকী প্রতিযোগিতা অনুষ্ঠিত হ'ব। অসম হকীৰ সভাপতি তপন দাসে জনোৱা অনুসৰি, ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত হ'বলগীয়া প্রতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম, ওড়িশাৰ ছোৱালীৰ দলে যোগদান কৰিব।...

December 19, 2025 12:35 PM

views 55

ঝাৰখণ্ডৰ প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল

ছৈযদ মুস্তাক আলী ট্ৰফী ক্রিকেট প্রতিযোগিতাত কালি নিশা পুনেত অনুষ্ঠিত ফাইনেলত ঝাৰখণ্ডে হাৰিয়ানাক ৬৯ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ অধিনায়ক ঈশান কিশানে ৪৯টা বলত ১...

December 19, 2025 12:28 PM

views 53

আহমেদাবাদত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিম মেচ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 18, 2025 4:54 PM

views 70

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।