মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাত ভাৰত বাংলাদেশৰ মুখামুখি হ’ব

• মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ’বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হ’ব। ভাৰতে ভূটানক ছেমি ফাইনেলত ১-০ গ’লত পৰাজিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।