June 6, 2026 8:22 PM | chees compition

printer

নৰৱে ডবা ২০২৬ ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক প্রধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে ডবা ২০২৬ ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই উল্লেখনীয় সাফল্যৰ প্ৰশংসা কৰিছে। শ্রীমোদীয়ে লগতে খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহলৈও শুভেচ্ছা জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।