খেল

July 1, 2026 8:35 PM

views 39

বিশ্বকাপত আজি নিশা ৯.৩০ বজাত ইংলেণ্ড-কংগোৰ খেল

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ৯ বজাত আটলান্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড, কংগোৰ বিৰুদ্ধে অবতীর্ণ হ'ব। আনহাতে, মাজনিশা ডেৰ বজাত ছিয়াটল স্টেডিয়ামত হ'বলগীয়া আন এখন খেলত বেলজিয়াম চেনেগালৰ বিৰুদ্ধে অবতীর্ণ হ'ব। আজি পুৱা মেক্সিকো চিটা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোই ইকুৱে...

July 1, 2026 2:33 PM

views 45

ফিফা বিশ্বকাপ ফুটবল ফ্রান্সে ছুইডেনক ৩-০ গ’লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে

ফিফা বিশ্বকাপ ফুটবলত নকআউট পর্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফ্রান্সে ছুইডেনক ৩-০ গ 'লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপেই দুটা গল দি এইবাৰৰ বিশ্বকাপত নিজৰ গলৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰ 'স্লাভ ক্ল'জৰ দুটা গ'ল আৰু ল...

June 30, 2026 6:40 PM

views 42

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা আইভী কষ্ট নৰৱেৰ আৰু ফ্ৰান্স চুইডেনৰ মুখামুখি

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পর্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিকছটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ'লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বা...

June 30, 2026 1:11 PM

views 34

মৰক্কোৰ হাতত নেডাৰলেণ্ডছ ৩-২ গ’লত পৰাজিত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিছুটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ'লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখা...

June 29, 2026 7:43 PM

views 44

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১০ বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত...

June 29, 2026 1:38 PM

views 28

ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বী শ্রীকান্ত

চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বী শ্রীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফ’র্নিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্রীকান্তে জাপানৰ য়ুদাই অ'কিমোতোক ২২-২০,১৫-২১,২১-১৯ গেমত পৰাস্ত কৰে। ৩৩ বছৰীয়া ভাৰতীয় খেলুৱৈ গৰাকী কাইলৈ ফাইনেলত চীনা টাইপেইৰ অ...

June 29, 2026 1:36 PM

views 34

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্রুপ-এৰ ফাইনেল খেলত ভাৰতক ৬ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়াৰ

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্রুপ-এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক ৬ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৭১ ৰানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৪ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিজ পেৰিক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। ...

June 29, 2026 1:34 PM

views 30

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ১ ৰানত পৰাস্ত কৰি আয়াৰলেণ্ডৰ শৃংখলা দখল

বেলফাষ্টত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি আয়াৰলেণ্ডে ভাৰতক ১ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে। ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১৫৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৪ ৰান সংগ্ৰহ কৰ...

June 29, 2026 12:21 PM

views 29

ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কানাডাৰ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ ...

June 28, 2026 12:35 PM

views 35

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আর্জেন্টিনাই জর্ডানক ৩-১ গ’ল পৰাস্ত কৰে

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি আর্জেন্টিনাই ডালাছত অনুষ্ঠিত এখন খেলখনত জর্ডানক ৩-১ গ'ল পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানছাছত অনুষ্ঠিত খেলখন ২-২ গ'লত ড্র হয়। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউ জাৰ্ছি ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এলৰ এখন খেলত ইংলেন্ডে পানামাক ২-০ গ'লত পৰাস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।