আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্রুপ-এৰ ফাইনেল খেলত ভাৰতক ৬ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়াৰ

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্রুপ-এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক ৬ উইকেটত পৰাস্ত কৰে।

অষ্ট্ৰেলিয়াই ১৭১ ৰানৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৪ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিজ পেৰিক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।

গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।