ফিফা বিশ্বকাপ ফুটবলত নকআউট পর্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফ্রান্সে ছুইডেনক ৩-০ গ ‘লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপেই দুটা গল দি এইবাৰৰ বিশ্বকাপত নিজৰ গলৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰে।
খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰ ‘স্লাভ ক্ল’জৰ দুটা গ’ল আৰু লিঅনেল মেছিৰ পৰা মাত্ৰ এটা গ ‘ল পিছ পৰি আছে। খেলখনৰ ৮৬ মিনিটত আর্লিং হালেণ্ডৰ গ ’লেৰ জড়িয়তে শীর্ষ ১৬ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা ১৬ ৰাউণ্ডত নৰৱেই ব্রাজিলৰ বিৰুদ্ধে খেলিব।
ইকুৱেডৰ আৰু মেক্সিকোৰ মাজত অনুষ্ঠিত প্রতিযোগিতাৰ আন খেলত আজি মেক্সিকো ২- • গলত আগবাঢ়ি আছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত কংগোৰ বিৰুদ্ধে খেলিব।