খেল

January 10, 2026 7:57 PM

views 54

মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত গুজৰাট জায়েন্টছৰ, ইউ পি বাৰিয়ৰ্ছক ১০ ৰাণত পৰাজিত

 মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত আজি নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পার্টছ একাডেমীত অনুষ্ঠিত হোৱা এখন খেলত গুজৰাট জায়েন্টছে, ইউ পি বাৰিয়ৰ্ছক ১০ ৰাণত পৰাজিত কৰে। খেলখনত গুজৰাট জায়েন্টছে প্রথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৪টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইউ পি বাৰিয়ছে নি...

January 10, 2026 12:30 PM

views 62

পি ভি সিন্ধু মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন ছুপাৰ-১০০০ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি চীনৰ ৱেং জি ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুচি আঘাতৰ বাবে আধাতে খেল এৰাত দুবাৰকৈ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। সিন্ধুৱে আৰম্ভণিতে...

January 9, 2026 12:24 PM

views 66

আজিৰে পৰা মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েলছ ছেলেঞ্জাৰ্ছ বাংগালুৰু, যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বতাজ আৰম্ভ হ'ব। উদ...

January 7, 2026 10:23 PM

views 49

মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বেডমিণ্টন তাৰকা পি ভি সিন্ধু

বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত চীনা টাইপেইৰ চাং ছুঅ' য়ুনক ২১-১৩, ২২-২০ পোনপটীয়া চেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে। দ্বিতীয় ৰাউণ্ডত সিন্ধুৱে জাপানৰ টমকা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পূৰ্বৰ বিশ্ব ...

January 7, 2026 8:51 PM

views 58

অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ’ব ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ট্রফী অহা ১৩ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ'ব। ক্রীড়া মন্ত্রী নন্দিতা গালোচাই আজি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে । ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্রফি আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোক কৃষ্টি সংস্কৃতিৰে বিশ্বকাপৰ টুফি ...

January 7, 2026 1:07 PM

views 45

গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত এলীট পুৰুষ আৰু মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ

গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এলীট পুৰুষ আৰু মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী পূজা ৰাণী আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যদুমণি সিঙে সহজ জয়লাভ কৰে যদিও টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু অমিত পংঘলে পৰৱৰ্তী পৰ্যায়ত ...

January 6, 2026 12:24 PM

views 54

মালয়েছিয়া অপেন বেডমিন্টন প্রতিযোগিতা ২০২৬ত পি ভি সিন্ধুৰ অংশগ্ৰহণ

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি কুৱালালামপুৰৰ একজিয়াটা এবেনা ষ্টেডিয়ামত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিন্টন প্রতিযোগিতা ২০২৬ত অংশগ্ৰহণ কৰিব। মহিলাৰ একক শাখাত মালবিকা মানচোৰ আৰু উন্নতি হুদায়ে ভাগ ল'ব। ইপিনে পুৰুষৰ একক শাখাত লক্ষ্য সেন আৰু আয়ুষ ছেট্টীয়ে ভাগ লোৱাৰ লগতে পুৰুষৰ ডাবলছ শাখাত ছি...

January 4, 2026 8:03 PM

views 56

২০৩৬ চনত অলিম্পিক গেমছ অনুষ্ঠিত কৰিবলৈ ভাৰতে শক্তিশালী দাবী আগবঢ়াবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

২০৩৬ চনত অলিম্পিক গেমছ অনুষ্ঠিত কৰিবলৈ ভাৰতে শক্তিশালী দাবী আগবঢ়াব। বাৰানসীত অনুষ্ঠিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্রতিযোগিতা উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণত শ্রীমোদীয়ে কয় যে ২০১৪ চনৰ পাছত ক্রীড়াৰ বিভিন্ন ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদ...

January 4, 2026 8:10 AM

views 61

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ ক্রিকেট দলে তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ২৫ ৰানত পৰাস্ত কৰিছে

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ ক্রিকেট দলে যোৱা নিশা বেননীৰ উইল’মোৰ পাৰ্কত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ২৫ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩০০ ৰান সংগ্ৰহ কৰে। ভ...

January 4, 2026 7:51 AM

views 63

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফেৰান্সিং ব্যৱস্থাৰে ৭২ সংখ্যক ৰাষ্ট্রীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্রতিযোগিতা ভিডিঅ' কনফাৰেন্সিঙ ব্যৱস্থাৰে উদ্বোধন কৰিব। অহা আজিৰ পৰা অহা ১১ তাৰিখলৈ বাৰাণসীৰ ডাঃ সম্পুৰানন্দ ক্রীড়া ষ্টেডিয়ামত এই প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব...