খেল

July 9, 2026 8:39 PM

views 35

গুৱাহাটীৰ চচলৰ টেনিছ প্রকল্পত ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতা

গুৱাহাটীৰ চচলস্থিত টেনিছ প্রকল্পত অহা ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত দেশৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ মুঠ ১৬০ গৰাকী ল'ৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত...

July 9, 2026 12:16 PM

views 35

জাকাৰ্টাত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰ শক্তিশালী প্ৰদৰ্শন

জাকার্টাত অনুষ্ঠিত ১৯ আৰু ২৩ বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকল শক্তিশালী প্ৰদৰ্শনেৰে উজলি উঠিছে। প্রতিযোগিতাখনৰ ২৩ বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ ৯ গৰাকী খেলুৱৈয়ে ছেমি-ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে। কালিৰ খেলসমূহৰ মাজত ৫১ কেজি শাখাত তনু ৫...

July 9, 2026 12:12 PM

views 41

উইম্বলডন জুনিয়ৰছত প্রথমগৰাকী ভাৰতীয় হিচাপে অর্ণৱ পাপৰকাৰৰ ইতিহাস ৰচনা

উইম্বলডন জুনিয়ৰছত বিগত ৩৬ বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্রথমগৰাকী ভাৰতীয় হিচাপে অর্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। ১৮ বছৰীয়া পাপৰকাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰাইয়' টাবাতাক ৬-২, ৬-১ ছেটত পৰাস্ত কৰে। পাপৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্রেট ব্রিটেইনৰ জছোৱা ক্রেজ আৰু আমেৰিকাৰ কেট...

July 9, 2026 12:08 PM

views 25

ভাৰত-ইংলেণ্ডৰ পাঁচখনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউন্টি গ্রাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১০ বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্রতি ২-০ত পিছপৰি থকা ভাৰতে বাবে আজিৰ খেলখনত জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত ...

July 8, 2026 8:45 PM

views 34

শুকুৰবাৰৰ পৰা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ফ্রান্স, মৰক্কো, ন'ৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আর্জেটিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্রান্স শুকুৰবাৰে হ'বলগীয়া প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অবতীর্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰে নি...

July 8, 2026 2:08 PM

views 56

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব। শুকুৰবাৰে বোষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১.৩০ বজাত হ’বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত ক...

July 8, 2026 1:35 PM

views 42

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-...

July 8, 2026 1:13 PM

views 36

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত চি এম ফিফা ফেন পার্ক উদ্বোধন

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পার্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই পার্ক উদ্বোধন কৰে। অনুষ্ঠানত যোৰহাটৰ জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু এ আই আই ডি চি-ৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ভাষণ দিয়ে। অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত, জিলা আৰক্...

July 7, 2026 12:21 PM

views 32

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত স্পেইন, ইংলেণ্ড আৰু বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পর্তুগালক ১-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। ২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্র বিশ্বকাপ ...

July 6, 2026 6:39 PM

views 44

পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায়

পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্রি-কোৱাৰ্টাৰ ফাইনেলত ২-১ গ'লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ব্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।