খেল

July 12, 2026 12:03 PM

views 28

পাঁচখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ইংলেন্ডে ভাৰতক ৫৬ ৰানত পৰাস্ত কৰে

ইংলেন্ডে যোৱানিশা ছাউডাম্পটনত অনুষ্ঠিত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ৫৬ ৰানত পৰাস্ত কৰি ৪-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে ২৫৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড প্রথমে বেট ধৰাৰ আমন্ত্র...

July 12, 2026 11:25 AM

views 43

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক অসমৰ ৰাজ্যপালৰ সম্বর্ধনা জ্ঞাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি লোক ভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্ব সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বর্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গড়ক অভিনন্দন জনায় ৰাজ্যপালগৰাকীয়ে কয়, যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল...

July 11, 2026 8:32 PM

views 41

ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন

ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা ৩১ জুলাইত আৰম্ভ হ'ব। ২৩ আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। ৩১ জুলাইৰ পৰা ২০ আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত ৬ খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছে...

July 11, 2026 6:51 PM

views 37

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 11, 2026 6:26 PM

views 37

আজি  নিশা ২.৩০বজাত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বি...

July 11, 2026 10:44 AM

views 38

উইম্বলডন টেনিছ প্রতিযোগিতাৰ ফাইনেলত চেক গণৰাজ্যৰ কেৰোলিনা মুচ’ভা, লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত আজি চেক গণৰাজ্যৰ কেৰোলিনা মুচ'ভা নিজ দেশৰে লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লণ্ডনত আজি খেলুৱৈ দুগৰাকীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ জয়ৰ লক্ষ্যৰে কোর্টত নামিব। ছেমিফাইনেলত নস্কোভাই ইউক্রেইনৰ মাৰ্টা কস্তিউকক আৰু মুচ'ভাই আমেৰিকাৰ কোকো গ...

July 11, 2026 10:38 AM

views 40

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত দলটোৱে বেলজিয়ামক ২-১ গ'লত পৰাস্ত কৰে। খেলৰ ৩০ মিনিটত ফেবিয়ান ৰুইজে স্পেইনক অগ্রগতি দিয়ে যদিও ৪০ মিনিটত চার্লছ ডি কেটেলাৰে বেলজিয়ামৰ হৈ সমতা স্থাপন কৰে। ৮৮ ম...

July 10, 2026 6:19 PM

views 37

স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

স্পেইন আজি নিশা ১২.৩০ বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্রান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত...

July 10, 2026 10:40 AM

views 39

চতুর্থখন টি-২০ত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্রিস্টলত অনুষ্ঠিত চতুর্থখন টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰত ইংলেণ্ডৰ হাতত ৯ উইকেটত পৰাজিত হয়। এই জয়ৰ সুবাদত আয়োজক দেশ ইংলেন্ডে পাঁচখনীয়া শৃংখলাটোত ৩-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। টছত জয়ী হৈ প্রথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰ...

July 10, 2026 10:37 AM

views 37

মৰক্কোক পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্রান্স

ফ্রান্সে বিশ্বকাপ ফুটবল প্রতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।