ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি নিশা ব্ৰিষ্টলৰ কাউন্টি গ্রাউণ্ডত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১০ বজাত আৰম্ভ হ’ব। শৃংখলাটোত সম্প্রতি ২-০ত পিছপৰি থকা ভাৰতে বাবে আজিৰ খেলখনত জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত ১২৫ ৰানত পৰাজিত হোৱাৰ পাছত অধিনায়ক শ্রেয়াছ আয়াৰ আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ যথেষ্ট চাপত আছে।
Assamese | July 9, 2026 12:08 PM | T-20 cricket
ভাৰত-ইংলেণ্ডৰ পাঁচখনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেল