June 24, 2026 8:07 PM | US Open Super-300

printer

ইউ এছ অপেন ছুপাৰ-৩০০ বেডমিন্টনত তৃষা জলী আৰু গায়ত্রী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত

ইউ এছ অপেন ছুপাৰ থ্রী-হান্ড্রেড বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটী তৃষা জলী আৰু গায়ত্রী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰিছে। ভাৰতীয় যুটীটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লাপেজ আৰু লুচিয়া ৰ’দ্রিগজক ২১-১২, ১৪-২১ আৰু ২১-১৩ গেমত পৰাস্ত কৰে। তৃষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অবতীর্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।