আঞ্চলিক সংবাদ

June 18, 2026 4:05 PM

views 18

শিলচৰত আজি প্রাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত কর্মশালা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ১২ বছৰীয়া উন্নয়ন যাত্রা উপলক্ষে শিলচৰত আজি প্রাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কর্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। বিজেপি কাছাৰ জিলা কিষাণ মৰ্চা, কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত এই কর্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক, কৃষি বি...

June 18, 2026 4:00 PM

views 17

অম্বুবাচী মেলা সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ সংবাদমেল

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত ৰাখিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদ মেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাবতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাবে ব্যাখ্যা ...

June 18, 2026 3:18 PM

views 17

পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্য প্ৰদেশ আৰু ওড়িশালৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্য প্ৰদেশ আৰু ওড়িশালৈ গৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁক আজি ইণ্ডোৰ বিমান বন্দৰত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আদৰণি জনায়।  শ্ৰীমতী মুৰ্মু ইণ্ডোৰৰ পৰা পোনে পোনে বেতুললৈ যায় আৰু তাত তেওঁ প্ৰজাপিতা ব...

June 18, 2026 3:13 PM

views 17

উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।  বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন...

June 18, 2026 1:53 PM

views 19

ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ

দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টংঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব।  বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ ৫০ পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক ১৫ দিন...

June 18, 2026 1:48 PM

views 14

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পূর্ণগতিত প্ৰস্তুতি

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূর্ণ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়।  মন্ত্ৰীগৰাকীয়...

June 18, 2026 1:38 PM

views 19

অহা ২১ জুনত ৰাজ্যত হ’বলগীয়া NEET নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অহা ২১ জুনত ৰাজ্যত হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা – নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে।  পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয...

June 18, 2026 1:31 PM

views 26

ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা

অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে।  সেই অনুসৰি জিকিৰ আৰু জাৰীৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ ছামচুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে।  সত্ৰীয়া শিল্পী মাণিক বৰবায়ন আৰু চিত্ৰশিল্...

June 18, 2026 1:27 PM

views 26

ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ

মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণবীয় সংস্কৃতি আৰু বহুসাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে।  ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণব...

June 17, 2026 10:47 PM

views 16

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালে আজি মন্ত্রিত্ব গ্রহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়কনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন আৰু চিকিৎ‍সাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়। শ্রীসি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।