আঞ্চলিক সংবাদ

June 19, 2026 10:51 PM

views 19

ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ ২০২৬ আয়োজন

প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ-আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ ২০...

June 19, 2026 10:42 PM

views 11

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাৰ্ষ্ট ট্ৰেক আদালতৰ সাক্ষ্যগ্রহণ প্রক্রিয়া অব্যাহত, অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যপ্ৰদান

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্রহণ প্রক্রিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্রহণৰ সম্ভাৱনা আছে। উল...

June 19, 2026 10:40 PM

views 17

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী FYUGP ৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা, NEP ready Reckoner 2026 আৰু FYUGP ৰ চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰে। বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচার...

June 19, 2026 10:35 PM

views 15

প্রধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাত্তা প্ৰদান

গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্রধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাত্তা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক ড০ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্ত...

June 19, 2026 10:31 PM

views 18

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অহা ২১ জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলা ভিত্তিক যোগাসন প্রতিযোগিতা অনুষ্ঠিত কৰে।  বৰপেটা জিলাতো অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয...

June 19, 2026 12:42 PM

views 28

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন বিশেষ ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে বিশেষ ভ্রমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীক বিমান বন্দৰত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, প্রশাসনিক কর্মচাৰী তথা বিজেপিৰ কেইবাগৰাকী নেতাই আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° শৰ্মাই কয়, যে অষ্টলক্ষ্...

June 19, 2026 12:38 PM

views 22

ডিমৌত ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ জনসম্পর্ক যাত্রা সম্পন্ন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ১২ বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তা লৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমৌত জনসম্পর্ক যাত্রা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্রী মাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ ছগৰাকী বিশিষ্ট ব্যক...

June 19, 2026 12:33 PM

views 30

কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ’ব বুলি ওলোৱা প্ৰচাৰ সত্য নহয় : ডাঃ ৰণোজ পেগু

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি আখ্যা দিছে। ডাঃ পেণ্ডৱে কালি সংবাদ মাধ্যমৰ আগত কয়, যে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। তেওঁ কয়, যে বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীৰহে ...

June 18, 2026 8:11 PM

views 18

কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ ২৬গৰাকী সদস্যৰ শপত গ্ৰহণ

কার্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ ২৬গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ ম...

June 18, 2026 8:05 PM

views 14

মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে ভোটদান সম্পন্ন

মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ ৪০ গৰাকী সদস্যৰ ভিতৰত ৩৬গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্রাংগনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা ৯ বজাৰ পৰা ভোটগ্রহণ অনুষ্ঠিত হয়। বিয়লি ৪ বজাত ভোটগ্রহণৰ সময়সীমা নির্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।