আঞ্চলিক সংবাদ

June 20, 2026 9:16 PM

views 12

ডিব্ৰুগড়ৰ লেকাইত সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে।  উদ্বোধনী অনুষ্ঠানত অসম প্ৰ...

June 20, 2026 8:47 PM

views 16

ইউৰোপীয় সংঘৰ ২৭ খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ

ইউৰোপীয় সংঘৰ ২৭ খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয়, যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰা...

June 20, 2026 8:43 PM

views 21

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছ...

June 20, 2026 8:29 PM

views 21

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৭০ গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অর্পণ

জাপানৰ প্ৰধানমন্ত্ৰী অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্রধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে ৭০ গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে।  প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ, পৰিবহণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াস...

June 20, 2026 1:55 PM

views 10

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি ওপজা দিন

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি ওপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক-সংস্কৃতিৰ এইগৰাকী গৱেষক 'সুদীর্ঘ দিন আৰু ঋতু' শীর্ষক কাব্য সংকলনৰ বাবে ১৯৮৩ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্রন...

June 20, 2026 1:37 PM

views 13

কাইলৈ নীট হ’বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি আখৰাৰ আয়োজন

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা - নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্রিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা ক্ষন্তেক আগতে আৰম্ভ হোৱা এই মকড্রিল সন্ধিয়া পর্যন্ত অব্যাহত থাকিব। এই মকড্ৰিলত দুই লাখ ৫ হাজাৰ নিৰাপত্তাৰক...

June 20, 2026 1:34 PM

views 43

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস উপলক্ষে ৰাজ্যজুৰি বর্ণাঢ্য কার্যসূচীৰ আয়োজন

অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্রান্তত বর্ণাঢ্য কার্যসূচীৰে আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্রলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদ...

June 20, 2026 1:27 PM

views 15

উত্তৰ-পূবৰ ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনা

অসমে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্রদান কৰিবলৈ সমর্থ হৈছে। শ্বিলঙত কালি কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ অধ্যক্ষতাত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ ল...

June 19, 2026 11:08 PM

views 13

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত জলপানি লাভৰ বাবে ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণৰ আৱেদন প্ৰক্ৰিয়া আৰম্ভ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ ২৫ গৰাকী পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাকৈ আগবঢ়োৱা জলপানিৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ...

June 19, 2026 10:58 PM

views 8

অহা ২১ জুনত হ’বলগীয়া নীটৰ সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা – নীট ২১ জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।