আঞ্চলিক সংবাদ

June 23, 2026 12:10 PM

views 20

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিত...

June 22, 2026 6:20 PM

views 20

অসম বিধানসভা সচিবালয়ৰ বিধানসভালৈ নিৰ্বাচিত বিধায়কৰ প্ৰশিক্ষণ ব্যৱস্থা

অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ৪৭গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা ৪ আৰু ৫ জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষ...

June 22, 2026 6:17 PM

views 46

বন বিভাগৰ বিষয়াসকলৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

বন আৰু পৰিবেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দ সংমণ্ডল, ৰেঞ্জ, বীট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয...

June 22, 2026 6:10 PM

views 31

অহা ৪ আগষ্টৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা ৪ আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা ইউ এ ই, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নত...

June 21, 2026 7:34 PM

views 25

ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্রগতি সম্পর্কে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পর্যালোচনা

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কর্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি দোহাৰি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আ...

June 21, 2026 7:13 PM

views 17

ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা সাত দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা ২৪ জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, ...

June 21, 2026 7:00 PM

views 36

লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট প্রস্তুতিমূলক বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্রস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পাম সমূহৰ উৎপাদনশীলত...

June 21, 2026 6:52 PM

views 20

অম্বুবাচী মেলা উপলক্ষে সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত মহানগৰীৰ উপআৰক্ষী আয়ুক্তৰ নীতি-নির্দেশনা জাৰি 

শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত নীতি-নির্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষার্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখ...

June 21, 2026 6:31 PM

views 15

অসমৰ বিভিন্ন জিলাত যোগ দিৱস পালন

দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেতীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কর্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰ...

June 21, 2026 6:24 PM

views 15

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ লক্ষীপুৰ লোকসভা সমষ্টি পৰিদৰ্শন

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি লক্ষীপুৰ লোকসভা সমষ্টি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকী লক্ষীপুৰৰ বিন্নাকান্দি মণ্ডল বিজেপি কার্যকর্তাসকলে আয়োজন কৰা এটা সম্বর্ধনা অনুষ্ঠানতো উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসৰ বাবে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।