আঞ্চলিক সংবাদ

June 23, 2026 9:07 PM

views 14

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণ বাতিল

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত তেওঁ এই কথা উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে জ...

June 23, 2026 9:03 PM

views 10

ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী-কলা নিৰ্দেশক নুৰুদ্দিন আহমেদসহ ৬৫গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম সন্মান প্ৰদান

ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। পাঁচ হাজাৰ ৬০০খনৰো অধিক নাট্যমঞ্চ আৰু ৭৫খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা-নির্দেশনা ক...

June 23, 2026 8:40 PM

views 9

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্রয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়...

June 23, 2026 1:58 PM

views 15

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়সকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনু...

June 23, 2026 1:54 PM

views 16

আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰ...

June 23, 2026 2:10 PM

views 25

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানিত উপস্থিত আছে। আনহা...

June 23, 2026 1:39 PM

views 15

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ ভাং জব্দ

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুলীয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰে’ল গেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰু...

June 23, 2026 12:41 PM

views 22

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অধীনত ১৯৫২ চনৰ ২৩ জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলি...

June 23, 2026 12:41 PM

views 27

আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবচাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পার্টমেণ্টেল পৰীক্ষাত ৬৪ হা...

June 23, 2026 12:24 PM

views 12

দক্ষিণ শালমাৰা মানকাচৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহ্বান

দক্ষিণ শালমাৰা মানকাচৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহ্বান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।