আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবচাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনলোড কৰিব পাৰিব।

উল্লেখযোগ্য যে এইবাৰৰ কম্পার্টমেণ্টেল পৰীক্ষাত ৬৪ হাজাৰ ৫০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।