আঞ্চলিক সংবাদ

June 18, 2026 8:02 PM

views 11

বিশ্বনাথত সর্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কর্মীক বিশেষভাবে অভিনন্দন

বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত দুটা বৰ্ষত এহেজাৰৰো অধিক সর্পদংশন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কর্মীসকলক বিশেষভাবে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে, সর্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত দুটা বর্ষত তেওঁলোকে সাপে খোঁটা লোকসকলক চিকিৎসা প্রদান কৰি সুস্থ কৰি তুলিছে। এ...

June 18, 2026 7:58 PM

views 18

বৰাকত মন্ত্রী কৌশিক ৰায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা

ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে কয় যে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন পুনৰনিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যবস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিনন প্রকল্প ব...

June 18, 2026 7:54 PM

views 29

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্যসূচীৰ আয়োজন

বৰপেটা জিলাৰ সৰুক্ষেত্রী, গোমা ফুলবাৰী, মন্দিয়া আৰু পাকা বেটবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্য্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিৱিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে, চৰকাৰৰ বিভিন্ন বিভাগৰ উ...

June 18, 2026 7:52 PM

views 9

নীট-২০২৬ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে যোৰহাটত বৈঠক

অহা ২১ জুন, দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট-২০২৬ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰপ্ৰাপ্ত জিলা আযুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠ...

June 18, 2026 7:47 PM

views 12

প্রয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ ৰাজ্য মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাৰ

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্র মন্ত্রালয়ৰ ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই আজি প্রয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্রয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা...

June 18, 2026 7:40 PM

views 23

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্রিক অগ্রগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্রস্তাৱৰ লগতে বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পর্যালোচন...

June 18, 2026 4:16 PM

views 22

গৰুভর্তি বাহন জব্দ বিশ্বনাথৰ বৰগাং আৰক্ষীৰ

বিশ্বনাথ জিলাৰ বৰগাং আৰক্ষীয়ে আজি পুৱা নাকা চেকিঙৰ সময়ত এখন গৰুভর্তি বাহন জব্দ কৰে। বাহনখনত গোগামুখৰ পৰা নগাঁৱলৈ ৫৯টা গৰু অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে গৰুকেইটা সৰবৰাহৰ কোনো বৈধ নথিপত্ৰ চালকৰ হাতত নথকাত বাহনখন বিহালী আৰক্ষী থানালৈ লৈ যোৱা হয়।

June 18, 2026 4:14 PM

views 17

মাদক দ্রব্য বিৰোধী অভিযানত নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

নগাঁও আৰক্ষীয়ে আজি মাদক দ্রব্য বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ বৰঘাটত অভিযান চলাই ৬৮টা চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকাৰ মাদক দ্রব্য জব্দ কৰে। আৰক্ষীয়ে লগতে নগাঁৱৰ পৰা জুৰিয়ালৈ মাদক দ্রব্যখিনি লৈ যোৱা তিনিজন সৰবৰাহকাৰীক আটক কৰে। ধৃত লোককেইজন ইনামুল হক, ইলিয়াছ আহমেদ আ...

June 18, 2026 4:11 PM

views 29

হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ

ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত বিভিন্ন চৰকাৰী বি...

June 18, 2026 4:09 PM

views 11

শোণিতপুৰত ধর্মীয় আৰু ঐতিহাসিক স্থানৰ বাবে আর্থিক অনুদানৰ চেক প্রদান

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দর্শন আঁচনিৰ অধীনত ধর্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আর্থিক অনুদানৰ চেক প্রদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে ৰাজ্যৰ ঐতিহাসিক, সাংস্কৃতিক, ধর্মীয় আৰু পর্যটন স্থলসমূহৰ সংৰক্ষণ আৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।