আঞ্চলিক সংবাদ

June 17, 2026 10:41 PM

views 14

ৰাজ্যৰ ৩৯,৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ত বার্ষিক অনুদানৰ ১০ শতাংশ ধন মুকলি

সমগ্র শিক্ষা অসমে ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বার্ষিক অনুদানৰ ১০ শতাংশ ধন মোকলাই দিছে। এই সন্দৰ্ভত কার্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে জিলাসমূহৰ মিছন সমন্বয়কলৈ প্ৰেৰণ কৰা পত্ৰত এই ধনেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাক অগ্ৰাধিকাৰ দি...

June 17, 2026 10:24 PM

views 19

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত গুৱাহটীক বানমুক্ত কৰা উদ্দেশ্যে পৰ্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহটীক বানমুক্ত কৰা উদ্দেশ্যে আয়োজিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ সচিব ছৈয়দাইন আববাচী, বিভাগটোৰ আয়ুক্ত তথা সচিব আৰু গুৱাহাটী পৌৰ উন্নয...

June 17, 2026 10:23 PM

views 11

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকীৰ সাক্ষ্য প্ৰদান

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকীয়ে সাক্ষ্য প্ৰদান কৰে। বিপুল ফুকন, জিতু ফুকন আৰু বিকাশ শ‍ইকীয়াই আজি সাক্ষ্য প্ৰদান কৰে।  আজি সাক্ষীৰ বাবে আদালতে ৪ গৰাকী এজাহাৰ দাখিলকাৰীক চমন জাৰি কৰিছিল যদিও যাদৱ শ‍ইকীয়া নামৰ ব্যক্তিগৰাকী অনুপস্থিত থাকে।  উল্লেখ...

June 17, 2026 10:16 PM

views 15

অৰুণাচলৰ ইটানগৰত উপ মুখ্যমন্ত্রী চাওনা মেইনৰ সৈতে মন্ত্ৰী অতুল বৰাসহ এটা প্ৰতিনিধি দলৰ বৈঠক

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্রী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বার্থ জড়ি...

June 17, 2026 8:40 PM

views 15

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।  এই বৈঠকত কোনো ধৰণৰ অনী...

June 17, 2026 8:32 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ১২ বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হ...

June 17, 2026 8:22 PM

views 23

অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্রী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়।  মন্ত্ৰীগৰাকীয়ে...

June 17, 2026 2:14 PM

views 18

সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক-পৰীক্ষাৰ্থীক অনলাইন মঞ্চত বিয়পা জালিয়াতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত সংস্থাটোরে কয়, যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্ট চক্রই পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থী...

June 17, 2026 2:09 PM

views 27

আৰক্ষীৰ কাৰ্বি আংলং জিলাত মাদক দ্রব্য বিৰোধী অভিযান

আৰক্ষীয়ে কাৰ্বি আংলং জিলাত মাদক দ্রব্য বিৰোধী অভিযান চলাই ড্রাগ সৰবৰাহৰ প্ৰচেষ্টা ব্যর্থ কৰিছে। আৰক্ষীয়ে এই অভিযানত তিনি কিলোগ্রাম ৪৯ গ্রাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য প্রায় ৩ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অভিযানত আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।

June 17, 2026 2:05 PM

views 22

অসমৰ কেইবাগৰাকীও বিজ্ঞানীৰ বিশ্বৰ ৫% শ্রেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ

অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ পাঁচ শতাংশ শ্রেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ চাৰিগৰাকী গৱেষক অধ্যাপক প্রদীপ ফুকন, ৬০ ৰঞ্জিত ঠাকুৰীয়া, ড° ত্রিদীপ কুমাৰ গোস্বামী আৰু ড° অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত বিশ্বৰ শীর্ষ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।