আঞ্চলিক সংবাদ

June 16, 2026 7:53 PM

views 14

ৰাজ্যৰ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পর্যালোচনা

স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পর্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গবেষণা মন্ত্রী শ্রীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা ব...

June 16, 2026 7:48 PM

views 16

ৰাজ্যত শীঘ্রে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তর্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ’ব : মন্ত্রী অশ্বিনী ৰয় সৰকাৰ

ৰাজ্যত শীঘ্রে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তর্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্রেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্রী অশ্বিনী ৰয় সৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত ৭টা জনগোষ্ঠীক অন্তৰ...

June 16, 2026 7:44 PM

views 12

শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ মন্ত্রী পীযূষ হাজৰিকাৰ

  ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযূষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্রীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অস...

June 16, 2026 6:48 PM

views 15

শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্রদর্শনী মুকলি মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রায় ২৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে গ্রীণফিল্ড শ্বিলং-শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সম্মিলন আৰু প্রদর্শনী মুকলি কৰি তেওঁ এইকথা ঘোষণা কৰে। তেওঁ কয়, যে ১৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ উত্তৰ-প...

June 16, 2026 6:36 PM

views 20

ৰাজ্যত বাহকজনিত ৰোগত আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী গ্ৰহণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্রান্ত হৈ যোৱা এপ্ৰিলৰ পৰা ১২ জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে ৫ জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ...

June 16, 2026 4:13 PM

views 19

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্রস্তুতি অব্যাহত

অহা ২১ জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্রস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হবলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই অংশগ্রহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্রমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ লব। ৰাজ্যপালৰ আয়ু...

June 16, 2026 4:10 PM

views 11

মঙলদৈ আৰু তেজপুৰত CNG প্রকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্রকল্প ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি চাৰে ৫ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্...

June 16, 2026 2:15 PM

views 21

G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা

G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। শ্ল’ভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিক’ৱে প্ৰধানমন্ত্ৰী মোদীক ব্রাটিশাভাত বিদায় সম্ভাষণ জনায় ৷ ফ্ৰান্সত উপস্থিত হোৱাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই প্ৰধানমন্ত্ৰীগৰাকীক আনু...

June 16, 2026 1:37 PM

views 25

ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ কৰ বিভাগৰ বিষয়াক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ৰাজ্যত লক্ষ্যণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কামকাজৰ মূল্যায়ণ কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আ...

June 16, 2026 1:34 PM

views 30

কৃষিখণ্ডত জধে-মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ ক’লা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগৰ বিশেষ পদক্ষেপ

কৃষিখণ্ডত জধে-মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ ক’লা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশেষ প’ৰ্টেল মুকলি কৰা হয়।  অনুষ্ঠানত উপস্থিত থাকি জিল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।