আৰক্ষীয়ে কাৰ্বি আংলং জিলাত মাদক দ্রব্য বিৰোধী অভিযান চলাই ড্রাগ সৰবৰাহৰ প্ৰচেষ্টা ব্যর্থ কৰিছে। আৰক্ষীয়ে এই অভিযানত তিনি কিলোগ্রাম ৪৯ গ্রাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য প্রায় ৩ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। অভিযানত আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।
Assamese | June 17, 2026 2:09 PM | DRUGS SEIZED
আৰক্ষীৰ কাৰ্বি আংলং জিলাত মাদক দ্রব্য বিৰোধী অভিযান