July 20, 2026 7:17 PM
13
বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত পীয়ূষ হাজৰিকাৰ অংশগ্ৰহণ
নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত নগাওঁ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্য্যদা, পৰিচয় আ...