July 20, 2026 10:20 AM
34
নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি ৭টা উৎসর্গিত ভৱন নিৰ্মীয়মাণ অৱস্থাত আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধার্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি ৭ টা উৎসর্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। দিল্লীৰ দ্বাৰকাত নতুন প্রকল্পক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই ক্ষেত্ৰতে ...