আঞ্চলিক সংবাদ

July 19, 2026 12:49 PM

views 17

ডিব্ৰুগড়ত নতুন চাহ নিলাম কেন্দ্র স্থাপন হ’ব

ডিব্ৰুগড়ত শীঘ্রে এটা নতুন চাহ নিলাম কেন্দ্র স্থাপন হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক কার্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ এল এল পিক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে। চাহ বিপণন নিয়ন্ত্রণ আদেশ ২০১২ৰ ১২ (২) নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞা পত্র প্রদান...

July 19, 2026 12:00 PM

views 21

উদ্যোগ মন্ত্রী বিমল বৰাৰ নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে টিহুৰ নাথকুছিত থকা নর্থ-ইষ্ট মেগা ফুড পার্ক পৰিদৰ্শন কৰি উদ্যোগসমূহৰ উৎপাদন ব্যৱস্থা, আন্তঃগাঁথনি আৰু সামগ্রিক কাৰ্যকলাপৰ বুজ লয়। শ্রীবৰাই তামোলৰ ঢকুৱাৰ প...

July 19, 2026 11:51 AM

views 28

সীমা বিবাদৰ নামত বন ধবংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

সীমা বিবাদৰ নামত বন ধ্বংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্রাণী পর্যটন বর্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কঁহৰাস্থিত বন অভিৱৰ্তন কেন্...

July 19, 2026 11:43 AM

views 13

নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰত সর্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ

অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে কৰা নীতি আয়োগে প্রকাশ দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যম যোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা ...

July 18, 2026 7:45 PM

views 7

বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি অতুল বৰাৰ আনুষ্ঠানিকভাৱে উদ্বোধন

গোলাঘাট জিলাৰ বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় ৪ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই বাহনসমূহ ক্ৰয় কৰা হৈছে। এই বাহনসমূহৰ ভ...

July 18, 2026 7:43 PM

views 12

ডিব্ৰুগড়ত জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন

ডিব্ৰুগড় জিলাৰ মোহনবাৰী কামাখ্যাবাৰী চাহ-বাগিচা প্রাথমিক বিদ্যালয়ত লাহোৱাল খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে দুটা শাখাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাঙ্কন প্রতিযোগিতাৰ লগতে কবিতা আবৃতি প্রতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগ...

July 18, 2026 7:41 PM

views 10

কটন বিশ্ববিদ্যালয়ত কালিৰে পৰা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা চাৰিদিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত...

July 18, 2026 7:39 PM

views 10

ধেমাজিৰ চিমেন চাপৰিত আজি বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি ধেমাজিৰ চিমেন চাপৰিত বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষকৰ উৎপাদন বৃদ্ধি আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জনৰ বাবে আজি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰকল্পৰ অধীনত কৃষকসকলৰ ...

July 18, 2026 7:37 PM

views 15

মাজুলী বিধানসভা সমষ্টিত পহিলা জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত মাজুলী বিধানসভা সমষ্টিত পহিলা জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা বাণিজ্য কেন্দ্ৰ আৰু পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ নিৰ্বাচিত ৬৪৩ গৰাকী হিতাধিকাৰীৰ মাজত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বি...

July 18, 2026 7:56 PM

views 9

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাসমূহ আজি ঘোষণা

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। আদিত্য সুহাস জাম্ভালৰ পৰিচালিত ARTICLE 370 ছবিখনলৈ শ্রেষ্ঠ ছবিৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজকুমাৰ ৰাও অভিনীত চলচিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচিত্ৰৰ বঁটা আগবঢ়োৱা হৈছে। যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।