আঞ্চলিক সংবাদ

August 6, 2026 8:00 PM

views 25

লোকপিয়ল ২০২৭ৰ শীর্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি

লোকপিয়ল সঞ্চালকালয়, আমিনগাঁৱৰ মুখ্য কার্যালয়ত আজি লোকপিয়ল ২০২৭ৰ শীর্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আযুক্ত পংকজ চক্রৱর্তী ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল ২০২৭ অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গার্গে আজি গীতটি মুকলি কৰে। সভা...

August 6, 2026 7:56 PM

views 25

ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি লোক ভৱনৰ সভাকক্ষত অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানত ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়। ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্রহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যপালৰ অনুমোদন...

August 6, 2026 7:51 PM

views 13

শিৱসাগৰত আৱদ্ধ পানী নিষ্কাষণৰ গতি অধিক তৃৰান্বিত কৰাৰ বাবে কাম অব্যাহত

শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পাণবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্রুতগতিত নিষ্কাষণ কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে। আৱদ্ধ পানী নিষ্কাষণৰ গতি অধিক তৃৰান্বিত কৰাৰ লক্ষ্যৰে অ' এন জি চি আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জ...

August 6, 2026 7:41 PM

views 15

বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন

বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বি টি চি প্রধানগৰাকীয়ে এটা ১০৪ জনীয়া দলেৰে বান বিধ্বস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যেৰে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলা...

August 6, 2026 7:35 PM

views 12

শিৱসাগৰত বানৰ পাছৰ পুনৰসংস্থাপন, অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পর্যালোচনা বৈঠক

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছৰ পুনৰসংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্রগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্র বি...

August 6, 2026 7:29 PM

views 14

ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্রভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি

বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্রভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্রতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শো...

August 6, 2026 6:21 PM

views 59

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ১২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫২ খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহ...

August 6, 2026 12:13 PM

views 38

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুৱমাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুৱমাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ড০ হিম...

August 6, 2026 12:13 PM

views 30

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুৰ ওচৰত আবেদন দাখিল দেবব্ৰত শইকীয়া

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেবব্ৰত শইকীয়াই অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্রিত খনন, বন ধ্বংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাব...

August 6, 2026 12:09 PM

views 41

ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি

বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।