আঞ্চলিক সংবাদ

August 7, 2026 10:34 AM

views 15

অসমৰ হাফলঙৰ টি. আমষ্ট্ৰং চাংচনক আর্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি

অসমৰ হাফলঙৰ টি. আমষ্ট্ৰং চাংচনক আর্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯৭ চনৰ বেটচৰ বিষয়াগৰাকীয়ে বৰ্তমান কিউবাৰ ৰাষ্ট্রদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।  তেওঁ ইতিপূর্বে আইচলেণ্ডৰ ভাৰতৰ ৰাষ্ট্রদূত, জাপানত বাণিজ্যিক দূতাবাসৰ মুৰববী, দক্ষিণ আফ্ৰিকাত উপ...

August 7, 2026 10:32 AM

views 33

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন

অসমৰ অস্মিতা চলিহা আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীর্ষ বাছনিপ্রাপ্ত জাপানৰ হীনা অকেছিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিন জিক ২১১৭, ২১-৬ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰে। কিম মিন জিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ...

August 7, 2026 10:30 AM

views 43

অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ১২ আগষ্টপর্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১২ আগষ্ট পর্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু ১২ আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।  ৰাজ্য দুখনত কাইলৈ আৰু ১১ আগষ্টত দুই-এজাক বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভ...

August 7, 2026 10:22 AM

views 38

অহা ৫ বছৰত নিকা ব্যৱস্থাৰে ২ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা ৫ বছৰত ২ লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে।  গুৱাহাটীত হোৱা নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি শিক্ষার্থীসকলক ...

August 7, 2026 10:08 AM

views 45

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ'বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰ...

August 7, 2026 10:04 AM

views 37

SRDৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাইঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

বিশেষ নিযুক্তি অভিযান চমুকৈ SRD-ৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা, অসমৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়...

August 7, 2026 10:01 AM

views 26

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পোৱাৰ লগতে ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে।  ৪৮১ খন গাঁৱৰ ...

August 7, 2026 9:56 AM

views 20

চৰাইদেউ আৰু শিৱসাগৰৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ একাধিক স্বাস্থ্য শিবিৰ

চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰি মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টিভিত্...

August 6, 2026 8:10 PM

views 16

বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্রীয় কেবিনেটৰ ৰাজ্যৰ বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰা এই কমিটীয়ে প্রায় ৮ হাজাৰ ৯৭০ কোটি টকা ব্যয়সাপেক্ষে প্রকল্পটো ...

August 6, 2026 8:06 PM

views 16

ব্রিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰীকচ ৱেভছ বাজাৰ আৰম্ভ

ব্রিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ৫শৰো অধিক প্রতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অর্থনীতিৰ বাবে প্রধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰীকচ ৱেভছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী আশীষ ছেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্রজ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।