August 9, 2026 7:07 PM
17
দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু সাংস্কৃতিক ঐতিহ্যৰ উদযাপনৰ বাবে নাগৰিকসকলক উৎসাহিত কৰিবলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ
দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। ১৭ আগষ্টত এই অভিযানৰ সামৰণি পৰিব। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্রতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভ...