August 8, 2026 10:06 PM
11
তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত এছ টি এফৰ অভিযানত চোৰাং হাতীৰ দাঁতসহ দুজন যুৱকক আটক
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত আজি এছ টি এফে অভিযান চলাই চোৰাং হাতীৰ দাঁতসহ দুজন যুৱকক আটক কৰে। ধৃত যুৱক দুজন হৈছে ভাৰত-ভূটান সীমান্ত বাঙালীপাৰাৰ গৌহম বসুমতাৰী আৰু ডোঙাৰ গাঁৱৰ শ্বদৌম বসুমতাৰী। আটক কৰা যুৱক দুজনক প্ৰথমে তামুলপুৰ সদৰ আৰক্ষী থানালৈ লৈ অনা হয় আৰু পৰৱৰ্তী সময়ত তদন্তৰ বাবে তামুলপুৰ ...