আঞ্চলিক সংবাদ

August 10, 2026 1:21 PM

views 36

ৰহাত ৰাজ-সাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত ৰাজ সাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীৰ অধীনত ৭০ লাখতকৈ হিতাধিকাৰীয়ে ১০০ টকাতে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে বিনামূলীয়া ৰেচনৰ লগতে ১ কিলোগ্রামকৈ মচুৰ দাইল আৰু চেনি লাভ কৰিব। বহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা এখন স...

August 9, 2026 8:49 PM

views 33

অহা ২৫ ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4.0 আৰম্ভ হ’ব

অহা ২৫ ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4.0 আৰম্ভ হ'ব। ভূমি সংস্কাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত এই অভিযানৰ অধীনত ভূমিৰ পুনৰ জৰীপ তথা ভূমি অভিলেখৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভূমিৰ মালিকীস্বত্ব নিশ্চিতকৰণ তথা বৈজ্ঞানিক মেপিং অভিযানৰ জৰিয়তে ভূমিৰ অধিকাৰ আৰু সুৰক্ষা সুনি...

August 9, 2026 8:46 PM

views 19

ডিব্ৰুগড় প্রেছ ক্লাবত ৰাজ্যৰ প্ৰথমগৰাকী ছহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ

ডিব্ৰুগড় প্রেছ ক্লাবত আজি ৰাজ্যৰ প্ৰথমগৰাকী ছহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাঞে আঁত ধৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই ছহীদ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যার্পণ তথা বন্তি প্রজ্বলন কৰে। সত্য আৰু ন্যায়ৰ পক্ষত ...

August 9, 2026 8:44 PM

views 20

যোৰহাটৰ ঢেকৰগঢ়াৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধান ক্রয় কেন্দ্ৰ মন্ত্রী কৌশিক ৰায়ৰ পৰিদৰ্শন

মন্ত্রী কৌশিক ৰায়ে আজি যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকৰগঢ়াৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটডো পৰিদৰ্শন কৰে।  পৰিদৰ্শন কালত খাৰিফ বতৰৰ ধান ক্ৰয় প্ৰক্ৰিয়াৰ অগ্রগতি পর্যালোচনা কৰাৰ লগতে কৃষকৰ সুবিধাৰ...

August 9, 2026 8:39 PM

views 21

পাঠশালা পৌৰসভাৰ উদ্যোগত পকীকৰণ-বৰষুণৰ পানী সংৰক্ষণ আৰু ভূ-গর্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰতি এক ডাঙৰ ভাবুকি শীর্ষক তর্ক প্রতিযোগিতা

পাঠশালা পৌৰসভাৰ উদ্যোগত আজি হৰি মন্দিৰ প্ৰাংগণত এখন তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। পকীকৰণ-বৰষুণৰ পানী সংৰক্ষণ আৰু ভূ-গর্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰতি এক ডাঙৰ ভাবুকি শীর্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত প্রতিযোগিতাখনত জিলাখনৰ কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত পাঠশালা পৌৰসভাৰ পৌ...

August 9, 2026 8:34 PM

views 39

ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস

দেশজুৰি কাইলৈ ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্রলৈ লৈ গৈ পেলু নির্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে, পেলু নির্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্রাস হোৱাৰ লগত...

August 9, 2026 8:26 PM

views 27

শ্রীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে

শ্রীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি হৰ ঘৰ তিৰংগা  অভিযান ৰূপায়ণ কৰা হৈছে। সোমবাৰে শ্রীভূমি চহৰত দিনৰ ১০ বজাত ত্ৰিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আবর্তভবন হৈ জিলা গ্রন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে, অসম ৰাজ্যিক গ্রামীন জীবিকা অভিযান আৰু ৰাষ্ট্ৰ...

August 9, 2026 7:31 PM

views 23

অসমৰ বিভিন্ন প্ৰান্তত আন্তজার্তিক খিলঞ্জীয়া দিৱস পালন

অসমৰ বিভিন্ন প্ৰান্তত আজি আন্তজার্তিক খিলঞ্জীয়া দিৱস পালন কৰা হৈছে। অসম সংযুক্ত জনজাতীয় সংস্থা আৰু সদৌ বড়ো প্রাক্তন স্বেচ্চাসেৱক বাহিনী সংস্থাই কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ চহৰৰ মাজেৰে এটা শোভাযাত্রা উলিওৱা হয়। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস...

August 9, 2026 7:24 PM

views 16

অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শক্তি বিভাগৰ এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বিভাগটোৰ অধীনস্থ বাহ্যিক সাহাৰ্যপ্রাপ্ত প্রকল্পসমূহৰ অগ্রগতি পৰ্যালোচনা কৰা হয়। তদুপৰি অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰ অগ্রগতি সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়। ৰাজ্যৰ উদীয়মান উদ্যোগ খণ্ডৰ বাবে ন...

August 9, 2026 7:13 PM

views 25

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ চাৰিখন জিলাত ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ

অসমত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সম-জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ডিমৌৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। গড়গাঁও পঞ্চায়তৰ দুই নম্বৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।