August 10, 2026 1:21 PM | Assam CM

printer

ৰহাত ৰাজ-সাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত ৰাজ সাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীৰ অধীনত ৭০ লাখতকৈ হিতাধিকাৰীয়ে ১০০ টকাতে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে বিনামূলীয়া ৰেচনৰ লগতে ১ কিলোগ্রামকৈ মচুৰ দাইল আৰু চেনি লাভ কৰিব। বহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা এখন সুলভ মূল্যৰ দোকানত মুখ্যমন্ত্রীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্রীয়ে কয়, যে পূর্বে প্রতিশ্রুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ।