August 11, 2026 7:56 PM
3
বানত ক্ষয়-ক্ষতিৰ জৰীপ, মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ ৰাজ্য চৰকাৰৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনর্সংস্থাপনৰ কামকাজৰ এখন পর্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়-ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে ভাগ লোৱা পর্যালোচনা বৈঠকখনতে মুখ্যমন্ত্রীয়ে বানত ক্ষতিগ্রস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। প...