আঞ্চলিক সংবাদ

August 11, 2026 12:04 PM

views 19

‘আজাদী কা অমৃত মহোৎসৱ’ৰ উদযাপনৰ অংশ হিচাপে নাগালেণ্ডৰ ক’হিমাতো “হৰ ঘৰ তিৰংগা” প্রদর্শনী অনুষ্ঠিত

দেশজুৰি চলি থকা 'আজাদী কা অমৃত মহোৎসৱ'ৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ ক'হিমাতো "হৰ ঘৰ তিৰংগা" প্রদর্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই বিশেষ প্রদর্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ এক নম্বৰ গেটত অনুষ্ঠিত হৈছে৷ দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন...

August 11, 2026 11:47 AM

views 26

ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত বৃক্ষবন্ধু শীর্ষক কাৰ্যসূচী মুকলি কৰা হ’ব

ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু শীর্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত ক্ষন্তেক পাছতে হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্...

August 11, 2026 11:47 AM

views 16

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল বৰ্তমানেও বানৰ কবলত আছে

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩.৪৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি ম...

August 11, 2026 11:47 AM

views 13

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী

সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথোঁ ৩টা দিন বাকী থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ গহপুৰত এই দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি চলি আছে। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত অসম আৰক্ষী, এন চি চি কেডেট, স্কাউট-গাইড আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিতৌ কেৰ্ডেৰ অনুশীলনত...

August 11, 2026 11:28 AM

views 13

কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সোমবাৰে প্রধানমন্ত্ৰী সৌৰ ঘৰ বিনামূলীয়া বিজুলী যোজনা সন্দৰ্ভত পর্যালোচনা বৈঠক অনুস্থিত হয়

কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি বিয়লি প্রধানমন্ত্ৰী সৌৰ ঘৰ বিনামূলীয়া বিজুলী যোজনা সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰে। এ পি ডি চি এল, এ ই ডি এ, কেইবাটাও বেংক প্রতিষ্ঠান, জলসম্পদ বিভাগৰ বিষয়া আৰু বিভিন্ন অংশীদাৰীসকল এই...

August 10, 2026 10:01 PM

views 21

গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান

নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়।  ড০ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচার্য ননী গোপাল মহন্তই বিশ্ববিদ...

August 10, 2026 9:58 PM

views 18

সোণাপুৰৰ বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ-অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ-অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে ১৫০ বিঘা মাটিত নির্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে।  পাঁচ মাহ পূর্বে প্রথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয...

August 10, 2026 9:46 PM

views 22

ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি; ভালেসংখ্যক বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩ দশমিক ৪-৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী...

August 10, 2026 9:43 PM

views 17

ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই

বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে।  শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষি চক্ৰৰ সমূহীয়া কঠীয়াতলীত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৌৰ বিধায়ক তথা জলসম্পদ মন্ত্রী সুশান্ত বৰগোঁহাই, কৃষ...

August 10, 2026 9:34 PM

views 17

যুৱ সাংবাদিক টমাচ বুঢ়াগোঁহাইলৈ শিক্ষাবিদ অশোক বৰগোঁহাই সোঁৱৰণী সাংবাদিকতা বঁটা

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বিবিংশতিতম প্রতিষ্ঠা দিৱস উপলক্ষে শিক্ষাবিদ অশোক বৰগোঁহাই সোঁৱৰণী সাংবাদিকতা বঁটা যুৱ সাংবাদিক টমাচ বুঢ়াগোঁহাইক প্ৰদান কৰা হ'ব। অহা ১৪ আগষ্টত বৰ্ণিল কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত টমাচ বুঢ়াগোঁহাইক এই বঁটা দিয়া হ'ব।  এই একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।