কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সোমবাৰে প্রধানমন্ত্ৰী সৌৰ ঘৰ বিনামূলীয়া বিজুলী যোজনা সন্দৰ্ভত পর্যালোচনা বৈঠক অনুস্থিত হয়

কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি বিয়লি প্রধানমন্ত্ৰী সৌৰ ঘৰ বিনামূলীয়া বিজুলী যোজনা সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰে।

এ পি ডি চি এল, এ ই ডি এ, কেইবাটাও বেংক প্রতিষ্ঠান, জলসম্পদ বিভাগৰ বিষয়া আৰু বিভিন্ন অংশীদাৰীসকল এই বৈঠকত উপস্থিত থাকে।