আঞ্চলিক সংবাদ

August 10, 2026 9:22 PM

views 16

গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা বৈঠক

গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন কাম-কাজ আৰু আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত,...

August 10, 2026 8:16 PM

views 26

খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিতৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।  কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্...

August 10, 2026 8:11 PM

views 32

ধেমাজিৰ অসম-অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলীবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু গুৰুতৰভাৱে আহত চাৰিগৰাকীক ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।  উল্লেখযোগ্য যে দীৰ্ঘদ...

August 10, 2026 7:05 PM

views 21

গোৱালপাৰা জিলাত ৮০সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে চহৰখনৰ জেটিএছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰিবলগীয়া স্বাধীনতা দিৱস উপলক্ষে পেৰেডৰ আখৰা চলি আছে।  অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-...

August 10, 2026 7:02 PM

views 26

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে।  ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা সফল আৰু...

August 10, 2026 6:59 PM

views 18

ৰাজ্যৰ কেইবাখনো জিলাত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ

ওদালগুৰি, দক্ষিণ শালমাৰা-মানকাচৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়।  এই আঁচনিখন বৰপেটা...

August 10, 2026 6:37 PM

views 21

তামুলপুৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ পালন

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই উপলক্ষে তামুলপুৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আজি তামুলপুৰ চৰকাৰী এম ভি স্কুল প্ৰাঙ্গনত জিলাভিত্তিক ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৬ শুভাৰম্ভ কৰা হয়।  এই অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে জিলা আয়ুক্ত ছিমি কৰণ, ভালেসংখ্য...

August 10, 2026 1:29 PM

views 27

স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ প্রস্তুতি প্রায় সম্পূর্ণ

স্বাধীনতা দিৱসলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব'...

August 10, 2026 1:26 PM

views 45

ৰাজ্যত হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে তিৰংগা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগা যাত্রা সন্দর্ভত এখন সভা অনুষ্ঠি...

August 10, 2026 1:24 PM

views 32

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, মুৰব্বী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্রভাবিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩.৪৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।