আঞ্চলিক সংবাদ

September 29, 2026 4:43 PM

views 12

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ ১৩৮ সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে। উল্লেখযোগ্য যে...

September 29, 2026 4:10 PM

views 12

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বঃ নীতিন গাডকাৰী

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে গহপুৰ-নুমলীগড় সংযোগী ১২.৫ কিলোমিটাৰ দৈৰ্...

September 29, 2026 4:01 PM

views 8

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলটোৰ নেতৃত্বই সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ অব্যাহত ৰাখিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিট...

September 28, 2026 9:30 PM

views 7

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শ্রীভূমিৰ উদ্যোগত বিশ্ব জলাতংক দিৱস পালন

শ্রীভূমি জিলাতো আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শ্রীভূমিৰ উদ্যোগত বিশ্ব জলাতংক দিৱস পালন কৰা হয়। এই উপলক্ষে জলাতংক ৰোগ প্ৰতিৰোধ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ বিষয়ে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে এক সজাগতামূলত ৰেলী উলিওৱা হয়। কৰিমগঞ্জ চিভিল হাস্পতালৰ পৰা উলিওৱা ৰেলীৰ শুভাৰম্ভ কৰে হাস্পতালখনৰ ভাৰপ্ৰাপ্ত...

September 28, 2026 9:26 PM

views 8

নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰৰ ৰাজহুৱা বন্ধৰ ঘোষণা

নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ অঞ্চলত অহা ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী -বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু ব...

September 28, 2026 1:37 PM

views 7

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্রতিষ্ঠানৰ ছাত্ৰী নিবাসত খাদ্যৰ বিষক্রিয়াৰ তদন্তৰ বাবে জিলা দণ্ডাধীশৰ নিৰ্দেশ

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্রতিষ্ঠানৰ ছাত্ৰী নিবাসত হোৱা খাদ্যৰ বিষক্রিয়া ঘটনাৰ সঠিক তদন্ত কৰিবলৈ জিলা দণ্ডাধীশে প্রতিষ্ঠানটোৰ পঞ্জীয়কক নির্দেশ দিছে। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৰ ছাত্ৰী নিবাসত পৰহি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ১৫ গৰাকীতকৈও অধিক অসুস্থ হৈ পৰে আৰু তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয়।...

September 28, 2026 1:27 PM

views 9

হাইলাকান্দিত চৰকাৰী ভূমিত ২৮টা গৃহহীন পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

হাইলাকান্দিত শেহতীয়াকৈ দখলমুক্ত কৰা চৰকাৰী ভূমিত ২৮টা গৃহহীন পৰিয়ালক আজি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। দীর্ঘদিন ধৰি দখল হৈ থকা প্ৰায় ৪ বিঘা চৰকাৰী ভূমি শেহতীয়াকৈ দখলমুক্ত কৰা হৈছিল। পুনৰ সংস্থাপন কৰিবলগীয়া এই ২৮টা পৰিয়ালে নদীৰ খহনীয়া আৰু ভাৰতমালা প্ৰকল্পৰ অধীনত কৰা পথ নিৰ্মাণৰ ফলত নিজৰ ঘৰ বাৰী হ...

September 28, 2026 1:24 PM

views 24

লতা মংগেশকাৰৰ জন্মবার্ষিকী উপলক্ষে দেশবাসীৰ শ্রদ্ধা নিবেদন

কিংবদন্তি সংগীত শিল্পী, কোকিল কণ্ঠৰে অগণন শ্রোতা জনতাক মন্ত্রমুগ্ধ কৰা লতা মংগেশকাৰৰ জন্মবার্ষিকী উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। কমেও ৩৬ টা ভাৰতীয় ভাষা আৰু কেইবাটাও বিদেশী ভাষাৰ গীতত কণ্ঠ দিয়া ভাৰতৰ সন্মানেৰে সন্মানীত শিল্পীগৰাকীয়ে সহস্রাধিক ভাৰতীয় চলচ্চিত্ৰৰ গীতত কণ্ঠ দিছিল। শিল্পীগৰাকীৰ জয়ন্...

September 28, 2026 1:22 PM

views 14

পদযাত্ৰাত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কাইলৈ কাৰ্বি আংলং ভ্ৰমণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত কাৰ্বি আংলং জিলাত ৰূপায়ণ কৰিবলগীয়া পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কাইলৈ জিলাখনলৈ যাব। জিলা প্রশাসনে প্রকাশ কৰা অনুসৰি ঐতিহ্যমণ্ডিত ডিফু ক্লাবত অনুষ্ঠিত হ'বলগীয়া এই পদযাত্ৰাৰ জৰিয়তে নিচাযুক্ত দ্রব্য সেৱনৰ কুপ্ৰভাৱৰ লগতে নিচামুক্ত ...

September 28, 2026 1:16 PM

views 18

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্রস্তুতি অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰখাৰ সমান্তৰালকৈ জিলা প্রশাসনেও প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰহাত নির্বাচনী সভাত অংশ লৈ দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলৰ নেতা ৰকিবুল হুছেই...