September 12, 2026 11:01 AM
19
প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰীয়া)ৰ দ্বিতীয় পৰ্যায়ত ১৮ লাখ ৭৭ হাজাৰ বাসগৃহত অনুমোদন
চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ১৮ লাখ ৭৭ হাজাৰ বাসগৃহত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে এই আঁচনিখনৰ ৰূপায়ণ অধিক ত্বৰান্বিত কৰাৰ লগতে নগৰাঞ্চলত ‘সকলোৰে বাবে গৃহ'ৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷ যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় অনুমোদন তথা নিৰীক্ষণ সমিতিৰ নৱম...