খেল

June 24, 2026 8:07 PM

views 18

ইউ এছ অপেন ছুপাৰ-৩০০ বেডমিন্টনত তৃষা জলী আৰু গায়ত্রী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত

ইউ এছ অপেন ছুপাৰ থ্রী-হান্ড্রেড বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটী তৃষা জলী আৰু গায়ত্রী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰিছে। ভাৰতীয় যুটীটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লাপেজ আৰু লুচিয়া ৰ'দ্রিগজক ২১-১২, ১৪-২১ আৰু ২১-১৩ গেমত পৰাস্ত কৰে। তৃষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্...

June 24, 2026 1:50 PM

views 25

ফিফা বিশ্বকাপত আজি কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে

ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ ট্ৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্রুপ-এলৰ এখন খেলত ক্ৰৱেছিয়াই পানামাক ১-০ গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্র হেঁচা প্ৰয়োগ...

June 23, 2026 1:37 PM

views 42

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লাৰাত অনুষ্ঠিত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে। নিউয়র্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ- আইৰ এখন খেলত ন’ৰৱেই ছেনেগালক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড থাৰ্টি-টুত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আর্লিংটনত যোৱা নিশা ...

June 23, 2026 12:10 PM

views 27

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিত...

June 21, 2026 8:27 PM

views 23

FIH হকী নেচন কাপ জয় কৰাৰ বাবে ভাৰতৰ মহিলা হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে FIH হকী নেচন কাপ জয় কৰাৰ বাবে ভাৰতৰ মহিলা হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্র প্রতিযোগিতাত দলটোৰ উন্নত প্ৰদৰ্শনৰ বাবে উচ্চ প্রশংসা কৰে। তেওঁ কয় যে এই বিজয়ে দেশৰ বহু যুৱ খেলুৱৈক হকী খেলৰ প্ৰতি অনুপ্রাণিত কৰিব। প্ৰধানমন্...

June 21, 2026 7:48 PM

views 21

মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰত চূড়ান্ত বিজয়ী

নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি অকলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেল খেলত আয়োজন দেশ নিউজিলেণ্ডক ভাৰতে ২-০ গ'লত পৰাস্ত কৰি দ্বিতীয়টো FIH নেচন কাপ দখল কৰে। এই জয়েৰে ভাৰতে FIH মহিলা প্রো-লীগলৈ উন্নীত হোৱাটো নিশ্চিত কৰিছে। খেলৰ প্ৰথম...

June 21, 2026 12:36 PM

views 31

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ইংলেণ্ডত চলি থকা আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি মানচেষ্টাৰত হ'বলগীয়া খেলত ভাৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৭বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্রথম দুখন খেলত জয়েৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

June 21, 2026 12:30 PM

views 30

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আইভৰি কষ্টৰ বিৰুদ্ধে জার্মানী ২-১ গ’লত বিজয়ী

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি কানাডাৰ টৰেণ্টত অনুষ্ঠিত এখন খেলত জার্মানীয়ে আইভৰি কষ্টক ২-১ গ'লত পৰাস্ত কৰি নকআউট পর্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জার্মানীৰ হৈ ডেনিজ উণ্ডাভেই দুয়োটা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাঅ'ৰ মাজত কানছাছত অনুষ্ঠিত খেলখন গ'ল শূন্যভাবে অমিমাংসীত হৈ ৰয়। প্রতিযোগিতাৰ গ্ৰুপ-...

June 20, 2026 2:03 PM

views 27

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন খেলত তুর্কীয়েৰ বিৰুদ্ধে পেৰাগুৱেৰ জয়লাভ

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱে তুর্কীয়েৰ বিৰুদ্ধে ১-০ গ'লত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা ৬ বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্রাজিলে হেইটাক ৩-০ গ'লত পৰাস্ত কৰে। ইয়াৰ পূর্বে আজি পুৱতি নিশা চাৰে ৩ বজাত অনুষ্ঠিত গ্রুপ- বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক ১-০ গ'লত পৰা...

June 19, 2026 12:27 PM

views 33

বিশ্বকাপ ফুটবলত চেকিয়া-দক্ষিণ আফ্ৰিকাৰ খেল ড্র, বছনিয়া হার্জেগোভিনাৰ বিৰুদ্ধে ছুইজাৰলেণ্ডৰ জয়

বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ-এৰ খেলখন ১-১ গ'লত ড্র হয়। ইয়াৰ ফলত দুয়োটা দল নকআউট পর্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ হৈ আছে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বছনিয়া হার্জেগোভিনাক ৪-১ গ'লত পৰাস্ত কৰে।