June 14, 2026 11:12 AM
44
ফিফা বিশ্বকাপ ২০২৬ৰ কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত খেল ড্র
ফিফা বিশ্বকাপ ২০২৬ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্রেন্সিচকো বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেল ড্র' হয়। ছুইজাৰলেণ্ডে এটা গ'লত আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগমুহূৰ্তত কাটাৰে এটা গ'ল দি সমতা স্থাপন কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা চাৰে ৩ বজাত ব্রাজিল আৰু মৰক্কোৰ ম...