খেল

July 2, 2026 6:25 PM

views 21

২৫ জুলাইৰ পৰা আৰম্ভ হ’ব ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অহা ২৫ জুলাইত কলকাতাত আৰম্ভ হ'ব। ২৩ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণ আৰু কিশোৰ ভাৰতী ক্রীড়াংগণত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছ...

July 2, 2026 6:13 PM

views 28

ফিফা বিশ্বকাপত আজি নিশা ১২.৩০ বজাত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক’ বে’ এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া আৰু হার্জেগোভিনাক ২-০ গ'লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই নকআউট পর্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছ...

July 2, 2026 12:44 PM

views 19

বৰষুণৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন মেচ অমীমাংসিত

 টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত কালি চেষ্টাৰ-লে-ষ্ট্ৰীটত বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন মেচ অমীমাংসিত হৈ ৰয়। প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ মেচখনত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৮৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শ্রেয়াছ আয়াৰে ৪৭টা বলত সৰ্বাধিক ৬৮ ৰান সংগ্...

July 2, 2026 12:41 PM

views 27

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি আমেৰিকাৰ হাতত বছনিয়া হার্জেগোভিনা ২-০ গ’লত পৰাস্ত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক' বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া হার্জেগোভিনাক ২-০ গ'লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই নকআউট পর্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগ...

July 2, 2026 12:37 PM

views 20

অহা ২৫ জুলাইত কলকাতাত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা আৰম্ভ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অহা ২৫ জুলাইত কলকাতাত আৰম্ভ হ'ব। ২৩ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণ আৰু কিশোৰ ভাৰতী ক্রীড়াংগণত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছ...

July 1, 2026 8:35 PM

views 19

বিশ্বকাপত আজি নিশা ৯.৩০ বজাত ইংলেণ্ড-কংগোৰ খেল

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ৯ বজাত আটলান্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড, কংগোৰ বিৰুদ্ধে অবতীর্ণ হ'ব। আনহাতে, মাজনিশা ডেৰ বজাত ছিয়াটল স্টেডিয়ামত হ'বলগীয়া আন এখন খেলত বেলজিয়াম চেনেগালৰ বিৰুদ্ধে অবতীর্ণ হ'ব। আজি পুৱা মেক্সিকো চিটা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোই ইকুৱে...

July 1, 2026 2:33 PM

views 25

ফিফা বিশ্বকাপ ফুটবল ফ্রান্সে ছুইডেনক ৩-০ গ’লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে

ফিফা বিশ্বকাপ ফুটবলত নকআউট পর্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফ্রান্সে ছুইডেনক ৩-০ গ 'লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপেই দুটা গল দি এইবাৰৰ বিশ্বকাপত নিজৰ গলৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰ 'স্লাভ ক্ল'জৰ দুটা গ'ল আৰু ল...

June 30, 2026 6:40 PM

views 25

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা আইভী কষ্ট নৰৱেৰ আৰু ফ্ৰান্স চুইডেনৰ মুখামুখি

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পর্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিকছটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ'লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বা...

June 30, 2026 1:11 PM

views 24

মৰক্কোৰ হাতত নেডাৰলেণ্ডছ ৩-২ গ’লত পৰাজিত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিছুটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ'লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখা...

June 29, 2026 7:43 PM

views 25

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১০ বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত...